স্বাস্থ্য
ডিজিটেল
ডেস্ক : গছ-গছনিৰে ঘৰ সজাই তোলাটো স্বাস্থ্যৰ বাবে উপকাৰী। বাস্তুশাস্ত্ৰৰ মতে যদি
আপুনি সতেজ, সেউজীয়া গছ-গছনিৰে ঘৰখন ভৰাই তুলিব পাৰে, তেন্তে আপোনাৰ জীৱনৰ বহু সমস্যাৰ
সমাধান হ’ব পাৰে। কিন্তু গছপুলি ৰোপণৰ সময়ত আপুনি নকৰিব এই পাঁচটা ভুল। জানি লওক।
১. বাস্তু
আৰু ফেংছুইৰ মতে কাঁইটীয়া গছ কেতিয়াও ঘৰত ৰাখিব নালাগে, যদি আপুনি ঘৰ সজাবলৈ নাৰ্চাৰীৰ
পৰা কেকটাছ গছ মূল্যত কিনি লয়, তেন্তে তাক পেলাই নিদিব। কিন্তু ঘৰৰ ভিতৰত নাৰাখিব,
তেনে ক্ষেত্ৰত বেলকনি, চোতাল বা ছাদত ৰাখিব পাৰে। ঘৰৰ ভিতৰত ৰাখিলে আপোনাৰ জীৱনৰ বহু
দিশত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
২. বাস্তৱিকভাৱে
ক’বলৈ গ’লে আপুনি কেতিয়াও ঘৰত বনছাই গছ নাৰাখিব। কাৰণ এইবোৰ গছ ঘৰ সজোৱাৰ বাবেম
একেবাৰে উপযোগী নহয়।
color:black;mso-font-kerning:18.0pt">৩. ঘৰৰ ওচৰত কোনো কপাহৰ গছ ৰোপণ নকৰিব, নহ’লে
পৰিয়ালত বিশৃংখলতা সৃষ্টি হ’ব পাৰে।
color:black;mso-font-kerning:18.0pt">৪. ঘৰত কেতিয়াও শুকান গছ নাৰাখিব, বহু সময়ত
গছবোৰৰ পাত শুকাই যোৱা বা গছবোৰ মৰি যোৱাটো আমি লক্ষ্য নকৰো, কিন্তু সেইবোৰ ৰখাটো বাস্তৰ
মতে বৰ অশুভ। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ প্ৰায়ে নেতিবাচক বাৰ্তা আহিব পাৰে, যিটো আপোনাৰ
বাবে একেবাৰেই অশুভ।
৫. ঘৰৰ
সন্মুখত কেতিয়াও অমিতা বা জেতুকাৰ গছ নাৰাখিব, এই গছে আপোনাৰ জীৱনলৈ অশুভ বাৰ্তা
কঢ়িয়াব পাৰে, গতিকে গছ থাকিলে লগে লগে কটাৰ ব্যৱস্থা কৰক।
Leave A Comment