০৬/০৬/২৪ বৃহস্পতিবাৰ
মেষ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ভাল যাব। প্ৰেম সুন্দৰ। মনৰ আশা পূৰণ।
বৃষ : ৰাজনৈতিক আৰু সমাজকর্মীসকলৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ। খৰচ বাঢ়িব।
মিথুন : কর্মক্ষেত্ৰত ভ্ৰমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ দিব। বিদ্যাত শুভ।
কর্কট : মাটি-সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেচা বাঢ়িব। প্ৰেমত খেলিমেলি হ’ব পাৰে।
সিংহ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান।
কন্যা : সমাজসেৱী সকল অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক।
তুলা : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব। ভবাতকৈ অধিক ধন আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব।
বৃশ্চিক : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান।
ধনু : আর্থিকত ভাল। ভ্ৰমণত শুভ। পুৰণা মামলা মোকৰ্দমাৰ পৰা মুক্ত হ’ব। প্ৰেমত শুভ।
মকৰ: শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। কৰ্মত শুভ। আয় বাঢ়িব।
কুম্ভ : হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। বিদ্যাত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। মাতৃৰ শুভ
মীন : বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। হালধীয়া বস্ত্র পৰিধান কৰক। মাতৃৰ শুভ।
Leave A Comment