• আজি দেওবাৰ,আপোনাৰ দিনটো কেনে যাব? ৰাশিফল চাই জানি লওক

    জীৱন শৈলী
    আজি দেওবাৰ,আপোনাৰ দিনটো কেনে যাব?  ৰাশিফল চাই জানি লওক



    ১৪/০৭/২৪, দেওবাৰ


    ১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব। মনৰ আশা পূৰণ হ'ব। বন্ধুৱে ঠগিব পাৰে। নতুন প্ৰেমৰ আগমন।


    ২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। স্বাস্থ্যত শুভ। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা।


    ৩. মিথুন ৰাশি ( ক,ছ) :  - মিঠুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব। লগতে আজি আপোনাৰ ঘৰলৈ আলহী আহিব। প্ৰেমত সন্দেহ।


    ৪. কৰ্কট ৰাশি( ড,হ) : -কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। মাতৃখ লৈ চিন্তা।


    ৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত

    ধন সম্পত্তি বাঢ়িব। আজি আপুনি ভাল খাদ্য খোৱাৰ সুযোগ লাভ কৰিব । ৰোগ নিৰ্মূল হ'ব।


    ৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। বস্তু চুৰি হ'ব পাৰে।


    ৭. তুলা ৰাশি (ৰ,ত): -তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব।  প্ৰেমত সুখ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


    ৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব। পত্নীৰ সৈতে কাজিয়া।


    ৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব। পৰিয়ালত শুভ  হোৱাৰ যোগ দেখা যায়। বিয়াৰ সংযোগ।


    ১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন। বন্ধুৰ সহায় লাভ। আলহী আহিব।


    ১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে। ব্যৱসায়িক দিশত উন্নতি। প্ৰেমত মধুৰতা।


    ১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব। কৰ্মক্ষেত্ৰত সাফল্য। শত্ৰুৰ পৰাজয়।