• ৰাশিফল চাই আৰম্ভ কৰক আজিৰ দিনটো

    জীৱন শৈলী
    ৰাশিফল চাই আৰম্ভ কৰক আজিৰ দিনটো

    ১৮ ছেপ্তেম্বৰ ২০২২, দেওবাৰ




    ১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷  কৰ্মব্যস্ততা হ'ব।  ভ্ৰমণত বাধা। সংসাৰত অশান্তি। প্ৰেমত মিল থাকিব।


    ২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন।  পতি-পত্নীৰ  সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ সুস্থ। প্ৰেমত মধুৰতা। আলহী আহিব।


    ৩. মিথুন ৰাশি-  ভ্ৰমণ নকৰিব। কৰ্মত অশুভ। মনৰ আশা পূৰণ৷ বন্ধুৰ সৈতে সংঘাত। চোৰৰ পৰা সাৱধান।


    ৪. কৰ্কট ৰাশি -শুভ খবৰ লাভ কৰিব৷  ভোজনৰ নিমন্ত্ৰণ লাভ কৰিব। প্ৰেমত শুভ। শৰীৰ ভালে নাথাকিব। বিদ্যাত শুভ।


    ৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত শুভ হ'ব। মানসিক অশান্তি বাঢ়িব। প্ৰেমত অশান্তি।


    ৬. কন্যা ৰাশি - ধনৰ আগমন৷  মিচা অপবাদ পাব।  প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত শুভ।


    ৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত মিলনৰ যোগ।  মৰম লাভ।


    ৮. বৃশ্চিক ৰাশি - আপোনজনে দুখ দিব। মনৰ আশা ভংগ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। ব্যৱসায়ক লৈ চিন্তা।


    ৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ পৰা বাচিব। দেহৰ বিষ হ'ব। মনত অস্থিৰতা।


    ১০. মকৰ ৰাশি- বন্ধুৰ সৈতে কাজিয়া। মনৰ এলাহ বাঢ়িব।  স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত সন্দেহ।


    ১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুনাম হ'ব৷ সজাগ নহ'লে কিবা চুৰি হ'ব পাৰে। মনৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত মিশ্ৰিত ফল।


    ১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কাম বাঢ়িব৷ সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য শুভ।