২১/০৬/২০২৪, শুকুৰবাৰ
মেষ: মনৰ আনন্দ বাঢ়িব। আত্মবিশ্বাস বাঢ়িব। আয় বৃদ্ধি। স্বাস্থ্যত শুভ। নতুন উপাৰ্জনৰ বাট মুকলি। নতুন বন্ধুৰ আগমন।
বৃষ: পৰিয়ালত শুভ। সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। ধৰ্মীয় কৰ্মত মন বহিব। আনৰ কথা লগাই ফুৰাসকলৰ মানহানি। বাহিৰা খাদ্য বৰ্জন কৰক।
মিথুন : কৰ্মক্ষেত্ৰত কৃতিত্ব লাভৰ যোগ। সংসাৰত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। কোনো আপোন মানুহে মনত কষ্ট দিব পাৰে। সন্তানকলৈ চিন্তা।
কৰ্কট : কুকুৰ-বান্দৰৰ পৰা সাৱধান। অযথা চিন্তা এৰাই চলক। বুকুৰ বিষ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কোনো সহায় লাভ।
সিংহ : ৰাজনীতিত সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত সমস্যা দূৰ হ'ব। সমাজৰ কামত আগ-ভাগ। মাতৃস্থান শুভ।
কন্যা : কোনো ভাল খবৰ পাব। আনক বেয়াকৈ একো নক'ব। ঘৰত সংঘাত আঁতৰিব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে।
তুলা : গুপ্ত শত্ৰু চিনাক্ত হ’ব। মাংগলিক কাম-কাজৰ চিন্তা। আলহীৰ সমাগমে মন ভাল ৰগাব। কোনো ভয়-চিন্তা দূৰ হ'ব।
বৃশ্চিক : সমস্যা সমাধানত ভাতৃৰ সহযোগ। খৰচ বৃদ্ধি। মূৰৰ বিষ হ'ব পাৰে। চোৰৰ পৰা সাৱধান। পৰিয়ালত শান্তি।
ধনু : কৰ্মত মন দিয়ক। ভাল চিন্তাত ব্ৰতী থাকক। কোনো মানুহক মিছা ক’লে বিপদত পৰিব। ভ্ৰমণৰ যোগ দেখা গৈছে।
মকৰ : জনপ্ৰিয়তা বাঢ়িব । আনৰ প্ৰশংসা পাব। প্ৰেমত আনন্দ। স্বাস্থ্য শুভ। সৃষ্টিশীল কামত মন বহিব।
কুম্ভ : অনেক কামৰ সুযোগ পাব। কোনো শুভ কৰ্মত যোগদান। সামাজিক সচেতনতা বৃদ্ধি। কৰ্মৰ বোজা হ্ৰাস পাব। প্ৰেমত শুভ।
মীন : মনত কোনো কথাই আনন্দ দিব। কৰ্মস্থান সলনি হ'ব পাৰে। নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে। ঘৰক লৈ নতুন পৰিকল্পনা। আয় বাঢ়িব।
Leave A Comment