• আজিৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ ৰাশিফল চাওঁ আহক
    ২৪/০৭/২০২৪, বুধবাৰ

    মেষ-মনৰ সন্তুষ্টি থাকিব। যিকোনো ৰত্ন পিন্ধাৰ পৰা বিৰত থাকক।আনৰ বেয়া চিন্তা নকৰিব নিজৰেই অপকাৰ হ'ব।দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ব।ধন বৃদ্ধি হ'ব।

    বৃষ-গুৰুৰ কৃপাত শুভফল পাব।পৰীক্ষাত অসফলতা।জুইৰ পৰা সাৱধানে থাকিব।পূব দিশত যাত্ৰা নকৰিব বিপদ হ'ব পাৰে।কৰ্মত নিষ্ঠা বৃদ্ধি।

    মিথুন-ঘৰুৱা জঞ্জাল বৃদ্ধি।যিকোনো লোকক প্ৰশয় নিদিব।সততাৰ আশ্ৰয় ল'ব।যান-বাহন চলাওতে সাৱধান হ'ব।

    কৰ্কট-আত্ম অভিমান বাঢ়িব।উৎকন্ঠাত ভুল সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক।খেলত সুনাম বৃদ্ধি।শনি মন্দিৰ দৰ্শন কৰক।শনি দোষ নাশ হ'ব।

    সিংহ-কৰ্মদক্ষতা বৃদ্ধি হ'ব।মনৰ ভাৱ প্ৰকাশ নকৰিব।কাজিয়াৰ পৰা আঁতৰত থাকিব।আনৰ অন্যায় নকৰিব।ঘৰলৈ আলহী আহিব পাৰে।

    কন্যা-কৰ্ম বৃদ্ধি পাব।সৎ লোকৰ সান্নিধ্য পাব।উচ্চ শিক্ষাত সুনাম বৃদ্ধি।খং কমাৱক।অৰ্থ লাভ হ'ব।

    তুলা-সুনাম বৃদ্ধি হ'ব।হতাশা পৰিহাৰ কৰক।ধনৰ লেনদেনত সাৱধান হ'ব।কোনো বস্তু হেৰাব পাৰে।

    বৃশ্চিক-মানসিক স্থিতি উন্নত হ'ব।ধন বৃদ্ধি হ'ব।ঘৰৰ পোহনীয়া পশুৰ ৰোগ হ'ব পাৰে।

    ধনু-আয় বৃদ্ধি।কৰ্ট-কাছাৰীৰ আওতালৈ আহিব পাৰে।ঘৰলৈ আলহী আহিব।সমন্ধীয় লোকৰ আগমন হ'ব পাৰে।বাহন চলাওতে সাৱধান হ'ব।

    মকৰ-এই ৰাশিৰ বাবে আজি অতি শুভ।ফচি থকা ধন ঘূৰাই পাব।বাহন ক্ৰয়ৰ যোগ।পশ্চিম দিশত যাত্ৰা নকৰিব।

    কুম্ভ-এই ৰাশিৰ বাবে আজি শুভ ফল লাভ।কৰ্মলাভৰ যোগ।পদোন্নতি হ'ব পাৰে।সম্পদ বৃদ্ধি হ'ব।গৌৰৱ প্ৰাপ্তি।

    মীন-আজি অতি শুভ।এই ৰাশিৰ বাবে আজি সম্পদ লাভ হ'ব।ঘৰলৈ আলহী আহিব। প্ৰেমত শান্তি।