ডিজিটেল ডেস্কঃ আজি ৪ ছেপ্টেম্বৰ, সোমবাৰ৷ আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।
মেষ – প্ৰেমত শুভ৷ বিদ্যাত মন দিব৷ ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ৷ দাম্পত্যসুখ লাভ কৰিব৷ ঘৰলৈ আলহী আগমনৰ সম্ভাৱনা৷
বৃষ – নেতিবাচক কথাৰ পৰা দূৰত থাকিব৷ হাতলৈ ধন আহিব৷ মিতব্যয়ী হ’ব৷ বিদ্যাত মধ্যম৷ স্বাস্থ্যৰ যত্ন ল’ব৷
মিথুন – ব্যৱসায়ীয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত সহযোগিতা পাব৷ স্বাস্থ্য অনুকূল৷ প্ৰেমত বাধা৷
কৰ্কট – খৰচ বাঢ়িব৷ পৰিয়ালক সময় দিয়ক৷ দূৰণিবটীয়া যাত্ৰা নকৰিব৷ স্বাস্থ্যত জটিলতা৷
সিংহ – সংস্থাপন সম্পৰ্কীয় নতুন খবৰ পাব৷ বন্ধু লাভ৷ ভ্ৰমণৰ সুযোগ৷ প্ৰেমত শুভ৷
কন্যা – বন্ধুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা৷ পুৰণি অসুখে আমনি কৰিব৷ ইতিবাচক চিন্তা মনলৈ আনক৷
তুলা – স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক৷ প্ৰেমত জটিলতা আঁতৰিব৷ হতাশা আঁতৰিব৷ সামাজিক সন্মান লাভ৷
বৃশ্চিক – ব্যৱসায়ত উন্নতি৷ ঘৰুৱা কথাই মন বেয়া কৰিব৷ পৰিয়ালক সময় দিয়ক৷ প্ৰেমত শুভ৷
ধনু – দাম্পত্যসুখ৷ অধ্যয়নত উন্নতি৷ আনুষ্ঠানিক কৰ্মত সুনাম লাভ কৰিব৷ প্ৰেম-প্ৰীতি লাভ৷
মকৰ — মন ফৰকাল, কৰ্মত উৎসাহ-উদ্দীপনা৷ সৃজনীমূলক কামত সুফল পাব৷
কুম্ভ — অবাঞ্ছিত খৰচ৷ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যত জটিলতা৷ কিছু ৰহস্যময় কথাৰ পম খেদি নোযোৱাই ভাল৷ ধৰ্মীয় কৰ্মত মনোযোগ৷
মীন — আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব৷ সৎ বন্ধু লাভ৷ চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা৷ কবি-সাহিত্যিকৰ সুনাম৷ প্ৰেমত মংগল৷
Leave A Comment