ডিজিটেল ডেস্কঃআজি ২০২৩ চনৰ ২ অক্টোৱৰ । আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-
১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম।
২. বৃষ ৰাশি -পুৰণি বন্ধুৰ সৈতে মিলন হ'ব। মাতৃৰ শুভ। প্ৰেমত মধ্যম। বিদ্যাত শুভ ।খৰচ বৃদ্ধিৰ যোগ ।
৩. মিথুন ৰাশি- ভ্ৰমণৰ যোগ ৷ কৰ্মস্থানত শুভ। মনৰ আশা পূৰণ হ’ব। বন্ধুৰ সৈতে সংঘাত।
৪. কৰ্কট ৰাশি -শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃধ্দিৰ যোগ। আবেলিলৈ হাতলৈ ধন আহিব।
৫. সিংহ ৰাশিৰ - আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশ উন্নত হ’ব। মানসিক শান্তি লাভ। বন্ধুৰ সহযোগ।
৬. কন্যা ৰাশি - আয় বাঢ়িব৷প্ৰেমত মধ্যম। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।
৭. তুলা ৰাশি - ধন লাভ ৷ আশা পূৰণৰ যোগ দেখা যায়। প্ৰেমত শুভ। বন্ধুৰ সহায় ।ভাল খবৰ পাব পাৰে।চকুৰ যত্ন ল’ব।
৮. বৃশ্চিক ৰাশি - নিজৰ কামক লৈ সজাগ হোৱাটো হ'ব। মাতৃক লৈ চিন্তা। খৰচ বাঢ়িব।পেটৰ ৰোগৰ সম্ভাৱনা।
৯. ধনু ৰাশি- আনৰ প্ৰশংসা লাভ । বন্ধুৰে সংঘাত হ’ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি।
১০. মকৰ ৰাশি- পুৰণি বন্ধুৰ সৈতে মিলন। সন্তানৰ বাবে মনত আনন্দ।। প্ৰশংসা লাভ।প্ৰেমত শুভ।
১১. কুম্ভ ৰাশি - সন্মান লাভ৷ বস্তু হেৰাব পাৰে পাৰে। খৰচ বৃদ্ধি হোৱাৰ যোগ । প্ৰেমত শুভ। পানীৰ পৰা সাৱধানে থাকিব।
১২. মীন ৰাশি- নতুন যোগাযোগ। মনত শান্তিৰ ভাব। পেটৰ ৰোগে আমনি কৰিব পাৰে। ভ্ৰমণত শুভ।ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব।
Leave A Comment