ডিজিটেল ডেস্কঃআজি ২০২৪ চনৰ ১৫ জুন, শনিবাৰ। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-
১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। ধাৰাল বস্তুৰ পৰা সাৱধান।
২. বৃষ ৰাশি -আশা পূৰণ হ’ব। পুৰণি বন্ধুৰ সৈতে মিলন হ'ব। শিক্ষাৰ্থীৰ শুভ। শৰীৰ অসুস্থ। প্ৰেমত মধ্যম। ।খৰচ বৃদ্ধিৰ যোগ ।
৩. মিথুন ৰাশি- পিতৃৰ বাবে চিন্তা।দূৰ ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থানত অতি শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷
৪. কৰ্কট ৰাশি -আজি কোনো শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত ভুল বুজাবুজিৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।খৰচ বৃদ্ধিৰ লগতে ধন লাভো হ‘ব৷ বিবাদ আদি এৰাই চলক ৷
৫. সিংহ ৰাশিৰ - দূৰ ভ্ৰমণ। আত্মীয়ৰ সহায় লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। প্ৰেমত শুভ।দুপৰীয়ালৈ শুভ সংবাদ লাভৰ যোগ। আজি পাবলগীয়া ধন হাতলৈ অহাৰ সম্ভাৱনা৷
৬. কন্যা ৰাশি - হঠাতে ভাল খবৰ লাভ। আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। আজি দূৰ ভ্ৰমণ পাৰিনে নকৰাই ভাল৷ প্ৰেমত মধ্যম।
৭. তুলা ৰাশি - ধন খৰচ হ'ব কিন্তু উপাৰ্জনো বাঢ়িব৷ মনৰ আশা পূৰণ হ’ব। প্ৰেমত মধ্যম। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে। জুইৰ পৰা সাৱধানে থাকিব৷
৮. বৃশ্চিক ৰাশি -কোনো কথাত মনত কষ্ট পাব। কথা কওতে আজি সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ বৃদ্ধি। বন্ধুৰ পৰা সহায় পাব। পে্যৰ ৰোগত ভুগিব পাৰে৷
৯. ধনু ৰাশি- আনে প্ৰশংসা কৰিব। চকুৰ ৰোগ হ’ব পাৰে।। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবাদ লাভ । দূৰ ভ্ৰমণ।নতুন খবৰে আনন্দিত কৰিব৷
১০. মকৰ ৰাশি- আনে প্ৰশংসা কৰিব। দাঁতৰ ৰোগ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবাদ লাভ কৰিব পাৰে। আজি পানীৰ পৰা সাৱধানে থাকিব৷
১১. কুম্ভ ৰাশি - নতুন বস্তু কিনা হ'ব পাৰে। প্ৰেমত শুভ৷ বিদ্যাৰ্থীৰ বাবে শুভ দিন৷ ভ্ৰমণত শুভ।পানীৰ পৰা সাৱধানে থাকিব। ধূৰ ভ্ৰমণ হ‘ব পাৰে৷
১২. মীন ৰাশি- সমাজত সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।ভ্ৰমণ কৰিবলগীয়া হ‘ব পাৰে৷ দাঁতৰ ৰোগত ভুগিব পাৰে৷
Leave A Comment