• কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ আজি ৩১ মাৰ্চ, ২০২৪, দেওবাৰ  
    ১. মেষ ৰাশি (অ,ল)-মেষ ৰাশিৰ  জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব পাৰে ৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ প্ৰেমত মধ্যম। বন্ধুৰ সৈতে দূৰ ভ্ৰমণ। বিদ্যাত শুভ। 

    ২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব, কিন্তু খৰচো বৃদ্ধি পাব ৷ প্ৰেমত নতুন উদ্যম ৷জুইৰ পৰা আঘাত পাব পাৰে, গতিকে সাৱধান হ’ব।

    ৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ কামত নতুন যোগোযোগৰ সম্ভাৱনা৷এলাহ ভাবৰ বাবে  কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে । হাতলৈ ধন আহিব। খৰচ কমিব।
    ৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পাব। আলহীৰ আগমন।প্ৰেমত ভুলবুজা-বুজি। অগ্নি ভয়। 
    ৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব ।।খৰচ বৃদ্ধি  হ’ব পাৰে৷ ধাৰাল বস্তুৰ পৰা সাৱধান।

    ৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷মাতৃৰ  শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷  প্ৰেমত ভুল বুজা-বুজি হ’ব পাৰে। বিদ্যাত মধ্যম। 

    ৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং ভাৱ বাঢ়িব পাৰে, মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে ।  হাতলৈ ধন আহিব পাৰে৷  বন্ধুৰ সহযোগিতা লাভ।পুৰণি আশা পুৰণ।

    ৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ ।নতুন যোগাযোগ৷ দূৰ ভ্ৰমণ। চকুৰ ৰোগৰ সম্ভাৱনা।

    ৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব । দাঁতৰ ৰোগ  হোৱাৰ যোগ দেখা যায়। ধন লাভ কৰিব। প্ৰেমত শুভ।

    ১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেট আৰু চকুৰ দাঁতৰ যত্ন ল’ব৷ পুৰণি বন্ধুৰ সহযোগিতা লাভ কৰিব।

    ১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ ।  নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।ছালৰ  ৰোগৰ আশংকা আছে৷ ধন লাভ।জুইৰ পৰা সাৱধান। 

    ১২. মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব। খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷  প্ৰতিভা বিকাশৰ সুযোগ পাব। পুৰণি কাম সম্পূৰ্ণ হ’ব।