০৩/০৯/২৪, মঙ্গলবাৰ
মেষ: আর্থিকত বেয়া নহয়। বিদ্যাত মধ্যম। পিতৃ-মাতৃৰ বিশেষ অনুকূল নহয়।ধর্মীয় কর্মত বিশ্বাস বৃদ্ধি। গৱেষণাদি কৰ্মত সফলতা অৰ্জন কৰাৰ সম্ভাৱনা।
বৃষ : কর্মক্ষেত্রত ভালেই। পঢ়া-শুনাত বেয়া নহয়। শৰীৰহে উন্নত নাযাব। মাতৃৰ উপস্থিত বুদ্ধি। পিতৃৰ বেয়া নহয়।ঘৰুৱাত মধ্যম।
মিথুন: বৰ্তমান খৰচৰ মাত্রা বৃদ্ধি। শৰীৰ মধ্যম। মাতৃৰ শুভ। পিতৃৰ মধ্যম। সন্তানৰ প্ৰতি চকু ৰাখক। পঢ়াত শুভ।
কর্কট: ব্যৱসায়ত চকু ৰাখক। কাণৰ বিষ-বেদনা সম্ভৱ। দুর্ভাবনা। বুদ্ধি-বৃত্তিত উন্নতি।
প্রতিবেশীৰ বেয়া নহয়। পিতৃৰ দেহ বেয়া নহয়।
সিংহ: মাতৃৰ দেহ উন্নত নহয়। অস্থায়ী বাসস্থানত বিশেষ উৎসাহ নাপাব। মন উন্নত। লেখক-গৱেষকৰ ভালেই।পঢ়াত শুভ।
কন্যা: ধর্মীয় বিশ্বাস। দাম্পত্যত দৈহিক দুৰ্বলতা। মনোবল উন্নত-শত্রু নিষ্প্রভ। মাতৃৰ দেহ বৰ উন্নত নহয়। কিবা দৰকাৰী সিদ্ধান্ত লৈ চিন্তিত। যুক্তিযুক্ত কথাত বেছি নিৰ্ভৰ। বিদ্যাত শুভ।
তুলা:পঢ়া-শুনাত আগ্রহ। সম্ভৱস্থলত সুসন্তান প্রাপ্তি। পৰিশ্ৰম বেছি। লাভৱানো হ'ব কম। পাণ্ডিত্যপূৰ্ণতা। খৰচ। পুৰণি কিবা আসোঁৱাহৰ কাৰণে চিন্তিত। শুভ উদ্দেশ্যত খৰচ। মাতৃৰ মধ্যম।
বৃশ্চিক: শৰীৰ মধ্যম। দায়িত্ব বাঢ়িব। বিভিন্ন সৰু-বৰ সমস্যাৰ মাজতো উৎসাহপূর্ণ সংযোগ। দূৰ গমনৰ কাৰক। পিতৃৰ মানসিক উত্তেজনা। বিদ্যাত যত্ন লওক।
ধনু : হাতৰ ধন পৰাপক্ষত খৰচ নকৰিব। শৰীৰ সম্পৰ্কে চকু ৰাখক। মাজে মাজে মনটো গধুৰ হ'বও পাৰে।কর্মোন্নতি।
মকৰ: মনোবলে সার্থকতা আনিব। প্রতিষ্ঠা লাভৰ যোগ। পদোন্নতি। সততাৰে আনৰ মন জয় কৰিব পাৰিব।অনিদ্রাত ভুগিব পাৰে।
কুম্ভ : জেদ ভাব। বিদেশত থকাৰ অনুকূল। সম্পত্তি বৃদ্ধি পাব পাৰে। কামত অগ্রগতি। আত্মবিশ্বাসৰ লগতে বিচক্ষণতাও বাঢ়িব।
মীন: শৰীৰ মধ্যম। আনৰ ধন হাতত পৰাপক্ষত নাৰাখিব। বিদ্যাত মধ্যম।সহযোগীৰ সহযোগ। কর্মক্ষেত্রত অস্থিৰতা।
Leave A Comment