আঞ্চলিক
লক্ষ্ণৌ : উত্তৰ প্ৰদেশৰ বাৰেলীত এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকে বন্ধুৰ সৈতে ধৰ্ষণ কৰি ভাইৰেল কৰিছে ভিডিঅ' ৷ অনলাইনযোগে বিয়পি পৰা এই ভিডিঅ'ৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
আৰু পঢ়িব পাৰিব : আজি হেঁপাহৰ উৰুকা:কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ?
আৰক্ষীৰ ওচৰত কিশোৰীগৰাকীয়ে অভিযোগ দিয়া মতে বিগত এটা বছৰ ধৰি বিয়া কৰোৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল তেওঁৰ প্ৰেমিকে৷ অভিযুক্ত প্ৰেমিকজনৰ লগতে তেওঁৰ বন্ধুবৰ্গও ব্লেকমেইল কৰি আহিছিল৷
আৰু পঢ়িব পাৰিব : ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি
উল্লেখ্য যে অনলাইনযোগে এই ভিডিঅ' বিয়পি পৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ তাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত প্ৰেমিকজনৰ লগতে তেওঁৰ বন্ধু চাৰিজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে৷
Leave A Comment