National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
ইটানগৰ : অৰুণাচল প্ৰদেশৰ হোলেঙীত সংঘটিত হয় ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা। জানিব পৰা মতে ৭০ জন শ্ৰমিকৰ সৈতে অৰুণাচল প্ৰদেশৰ দিশে গৈ আছিল ট্ৰাকখন। ইতিমধ্যে ৩০-৪০ জন লোক আঘাতপ্ৰাপ্ত হোৱা খবৰ আহি পৰিছে।
আৰু পঢ়িব পাৰিব : মহানগৰীত মুকলি অত্যাধুনিক দুখনকৈ ফুট ব্ৰীজ…
আঘাতপ্ৰাপ্ত কিছুলোকক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত একাংশ লোকক উন্নত চিকিৎসাৰ বাবে বৰগাং কেথলিক মিছনলৈ প্ৰেৰণ কৰা হৈছে।
আৰু পঢ়িব পাৰিব : প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট…
উল্লেখ্য যে নিয়ন্ত্ৰণ হেৰুৱাই অৰুণাচলৰ একা-বেকা বাটত বাগৰি পৰে ট্ৰাকখন। দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকসকল জম্মু কাশ্মীৰৰপৰা কাম কৰিবলৈ আহিছিল অৰুণাচলৰ হোলেংগীত।
Leave A Comment