• অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য

    ৰাজনৈতিক
    অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য

    গুৱাহাটী : ‘অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰ’- এই দাবী কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ৷ আজি ‘ৰাজীৱ ভৱন’ত অনুষ্ঠিত এক সংবাদমেলত মহাজোঁটৰ প্ৰশংসাত পঞ্চমুখ হয় মুখপাত্ৰগৰাকী৷





    আৰু পঢ়িব পাৰিব :সুৰক্ষিত নহয় বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত তথ্যও! পঢ়ক সবিশেষ





    'কংগ্ৰেছৰ চৰকাৰ হ’ব অসমত, মহাজোঁটে লাভ কৰিব নিৰংকুশ সংখ্যাগৰিষ্ঠতা'- বুলি দাবী তেওঁৰ৷ ‘জনবিৰোধী বিজেপিৰ বিৰুদ্ধে ৰাইজে মতদান কৰিছে’- বুলি মন্তব্য তেওঁৰ৷





    আৰু পঢ়িব পাৰিব :কপিলী নৈত সন্ধানহীন হোৱা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ





    আনহাতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়৷ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিশ্চিত হোৱা নাই৷ আনহাতে ১৯% লোকে সোণোৱালক মুখ্যমন্ত্ৰীৰূপে বিচৰাটো লক্ষ্যণীয় বুলিও মন্তব্য তেওঁৰ৷