• বাংলাদেশীৰ প্ৰসংগত অসম চৰকাৰক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

    আঞ্চলিক
    বাংলাদেশীৰ প্ৰসংগত অসম চৰকাৰক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
    ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰত দাবী কৰিছিল যে বিজেপি চৰকাৰ ক্ষমতাধিষ্ঠিত হ'লে সেই বৰ্ষৰ ১৬ মে'ৰ পাছত লাখ লাখ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। কিন্তু আশ্চর্যজনকভাৱে অসম চৰকাৰে যোৱা ১০ বছৰ মাটিয়া ট্রেনজিট কেম্পত থকা ৬৩জন বাংলাদেশীকে বিতাৰণ কৰিব পৰা নাই। এনে বহু লোক ডিটেনশ্যন বা ট্রেনজিট কেম্পত বছৰ বছৰ ধৰি চৰকাৰী ৰেছন খাই ভাৰততে আবদ্ধ হৈ আছে। এনে এটা গোচৰৰে মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্রহণ কৰা হয়। 

    বিদেশী বুলি ঘোষিত লোকক অনির্দিষ্টকালৰ বাবে ডিটেনশ্যন কেন্দ্ৰত ৰখা আৰু তেওঁলোকক নিজৰ দেশলৈ দেশান্তৰ নকৰা বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ভর্ৎসনা কৰে।পীঠে অসম চৰকাৰক প্ৰশ্ন কৰে 'আপোনালোকে শুভ মহুৰতৰ বাবে অপেক্ষা কৰি আছে নেকি?' মাটিয়া ট্রেনজিট কেম্পত আটক হৈ থকা ৬৩জন বিদেশীৰ বিষয়ত শুনানিত পীঠে অসম চৰকাৰক দুসপ্তাহৰ ভিতৰত বিতাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও নির্দেশ দিয়ে। অসম চৰকাৰে তথ্য লুকুওৱা বুলি কৈ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ পীঠে কয় যে আটক কৰা লোকক এবাৰ বিদেশী বুলি চিনাক্ত কৰাৰ পাছত তেওঁলোকক তাৎক্ষণিকভাৱে বিতাৰণ কৰা উচিত। পীঠে কয়, 'তেওঁলোকৰ ঠিকনা অজ্ঞাত বাবে আপোনালোকে বিতাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা নাই বুলি কৈছে। সেইটো কিয় আমাৰ চিন্তাৰ বিষয় হোৱা উচিত। আপোনালোকে তেওঁলোকৰ দেশলৈ তেওঁলোকক বিতাৰণ কৰক। আপোনালোকে শুভ মহুৰতৰ বাবে ৰৈ আছে নেকি?' উক্ত আটক কৰি ৰখা লোকসকলৰ বিদেশৰ ঘৰৰ ঠিকনা অজ্ঞাত বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়লৈ অসমে ৰাষ্ট্ৰীয়তা সত্যপাদন প্ৰ-পত্ৰ প্ৰেৰণ কৰা নাই বুলি অসম চৰকাৰে দিয়া ব্যাখ্যাত উচ্চতম ন্যায়ালয়ে আশ্চর্য প্রকাশ কৰে।

     পীঠে আৰু কয়, 'এবাৰ আপোনালোকে এজন লোকক বিদেশী বুলি ঘোষণা কৰাৰ লগে লগে আপোনালোকে পৰৱৰ্তী যুক্তিসংগত পদক্ষেপ গ্রহণ কৰিব লাগিব। আপোনালোকে অনন্তকালৰ বাবে তেওঁলোকক আটক কৰি ৰাখিব নোৱাৰে। সংবিধানৰ ২১ অনুচ্ছেদত আছে (জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ)।' পীঠে অসম চৰকাৰক প্ৰশ্ন কৰি কয়, 'অসমত বহু বিদেশী ডিটেনশ্যন কেন্দ্র আছে। আপোনালোকে কিমানজনক বিতাৰণ কৰিলে।' উচ্চতম ন্যায়ালয়ে আজি অসম চৰকাৰৰ বিদেশী বুলি ঘোষিত ৬৩জন বাংলাদেশী লোকৰ বিতাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু দুসপ্তাহৰ ভিতৰত 'ষ্টেটাছ ৰিপ'ৰ্ট' দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। পীঠে কয়, 'এই নির্দেশ পালন কৰাৰ বিষয়ত এখন সঠিক শপতনামা দাখিল কৰিবলৈ আমি ৰাজ্যখনক নির্দেশ দিছোঁ। আটক কৰা বিদেশীক নিজৰ দেশলৈ প্রেৰণত পলম হোৱাৰ বাবে ইয়াৰ আগৰ শুনানিত ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি উপস্থিত থাকিবলৈ নির্দেশ দিয়া অসমৰ মুখ্য সচিব ড° ৰবি কোটাক আজি উচ্চতম ন্যায়ালয়ে তীব্ৰভাৱে জেৰা কৰে। 

    আনহাতে, অসম চৰকাৰৰ অধিবক্তাই ঠিকনা নোহোৱা বাবে বিতাৰণ কৰাত অসহায়তাৰ কথা প্রকাশ কৰাত পীঠে কয়, 'আনকি ঠিকনা নহ'লেও আপোনালোকে বিতাৰণ কৰিব পাৰে। আপোনালোকে তেওঁলোকক দেশখনৰ ৰাজধানী মহানগৰলৈ দেশান্তৰ কৰক। ধৰক এজন লোক পাকিস্তানৰ। আপোনালোকে পাকিস্তানৰ ৰাজধানী মহানগৰ কোনখন জানে। বিদেশত তেওঁলোকৰ ঠিকনা নজনা বুলি কৈ আপোনালোকে তেওঁলোকক ইয়াত কিদৰে আটক কৰি ৰাখিব পাৰে। আপোনালোকে কেতিয়াও তেওঁলোকৰ ঠিকনা নাজানিব।' পীঠে আৰু কয় যে আটক কৰি থোৱা লোকসকলৰ বাবে ইমান বছৰ ৰাজ্যখনৰ কোষাগাৰৰ ধন খৰচ হৈ আছে আৰু আচৰিত যে এই চৰকাৰখনৰ গাত কথা লগা নাই। ইফালে আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কলিন গনজালভেছে ন্যায়ালয়ক জনায় যে বাংলাদেশে উক্ত আটক কৰা লোকসকলক নিজৰ নাগৰিকৰূপে গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁ ন্যায়ালয়ক কয়, 'মই জনা তথ্য মতে, বাংলাদেশে এই লোকসকলক গ্রহণ কৰিবনে সেই কথা জানিবলৈ চেষ্টা কৰা হৈছিল। বাংলাদেশে গ্রহণ কৰিবলৈ অমান্তি হয়। 

    ভাৰতে কৈছে তেওঁলোক ভাৰতীয় নহয়। বাংলাদেশে কৈছে তেওঁলোক বাংলাদেশী নহয়। তেওঁলোক ৰাষ্ট্ৰহীন হৈ পৰিছে। তেওঁলোক ১০ বছৰ ডিটেনশ্যন কেন্দ্রত আছে।' উক্ত আটক কৰা লোকসকল ৰোহিঙীয়া বুলি দাবী কৰি গনছালভেছে কয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ন্যায়ালয়ক সত্যটো জনোৱা উচিত। ইফালে অসম চৰকাৰে দাখিল কৰা শপতনামাত থকা ত্রুটীৰ বাবে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ক্ষমা বিচাৰে। তেওঁ ন্যায়ালয়ক নিশ্চয়তা দিয়ে যে তেওঁ ঊর্ধ্বতন কাৰ্যবাহীৰ সৈতে কথা পাতিব আৰু ন্যায়ালয়ত সকলো বিতং বিৱৰণ দিব। মেহতাই কয়, 'মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সৈতে বৈঠকত মিলিত হ'ম। এইটো ৰাজ্যৰ বিষয় নহয়। এইটো হৈছে কেন্দ্ৰৰ বিষয় যিটো কেন্দ্ৰীয় চৰকাৰে কূটনৈতিকভাৱে সমাধান কৰিব।' উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো এতিয়ালৈকে বিতাৰণ কৰাসকলৰ বিস্তৃত তিথ্য দিবলৈ নির্দেশ দিয়ে। এই বিষয়ত পৰৱৰ্তী শুনানি ২৫ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে অসম চৰকাৰৰ শপতনামা 'ত্রুটীপূর্ণ' বুলি কৈ মাটিয়া ট্রেনজিট কেম্পত ২৭০জন বিদেশীক আটক কৰি ৰখাৰ কাৰণ নদৰ্শোৱাৰ বাবে ২২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক সমালোচনা কৰিছিল।

    উৎস: দৈনিক জনমভূমি
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388