• প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট

    ৰাজনৈতিক
    প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট

    নতুন দিল্লী : বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু হৈছে অগপ-বিজেপি-ইউপিপিএল। বুধবাৰে নিশা দিল্লীত জে পি নড্ডাৰ বাসগৃহত এই সন্দৰ্ভত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷





    আৰু পঢ়িব পাৰিব :১লাখ টকা লুট কৰি গ্ৰেপ্তাৰ হ’ল ভুৱা আৰক্ষী বিষয়া





    নিশাৰ বৈঠকৰ পাছত কোনোধৰণৰ ঘোষণা নকৰিলে দলটোৱে৷ আনহাতে সাংসদ দিলীপ শইকীয়াৰ বাসগৃহতো কেইবা ঘণ্টাজুৰি চলে বৈঠক৷ বৈঠকত সমাধান নোলোৱাত অসম ভৱনতো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷





    আৰু পঢ়িব পাৰিব :‌৫ লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টীৰে কংগ্ৰেছৰ সংবাদমেল





    বৈঠকত বঢ়মপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ো উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, অগপ-বিজেপিৰ আসন বুজাবুজিক লৈ এতিয়াও উৎকণ্ঠা অব্যাহত আছে৷ আজি অগপ নেতৃত্বৰ সৈতে বিজপিৰ পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor