• 'জয় আই অসম' ধ্বনিৰে ভাষণ আৰম্ভ প্ৰিয়ংকা গান্ধীৰ

    ৰাজনৈতিক
    'জয় আই অসম' ধ্বনিৰে ভাষণ আৰম্ভ প্ৰিয়ংকা গান্ধীৰ

    গুৱাহাটী : নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷ আজি যোৰহাটত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰিয়ংকাই 'জয় আই অসম'ৰে ভাষন আৰম্ভণী কৰে৷ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে তেওঁ ২২ বছৰীয়া মহিলাৰ টুইটৰ বাবে দুখ অনুভৱ কৰে কিন্তু অসমৰ বানপানী বা নাগৰিকত্ব সংশোধনী আইন ('কা') বিষয়ৰ বাবে নহয়।





    আৰু পঢ়িব পাৰিব : সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই





    তেওঁ লগতে অভিযোগ কৰে যে সমগ্ৰ দেশৰ যুৱক, কৰ্মী, কৃষকসকলক ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ দ্বাৰা 'প্ৰতাৰণা' কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : ভাৰতত দৈনিক ৪৪হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰনাত





    প্ৰিয়ংকা গান্ধীয়ে এই সভাত মোদীক প্ৰশ্ন কৰে, 'প্ৰধানমন্ত্ৰীয়ে কেতিয়াবা চাহ বাগিচা পৰিদৰ্শন কৰিছে নেকি, তাত মহিলা শ্ৰমিকসকলক লগ পাইছে নেকি? চাহ বাগিচাৰ শ্ৰমিকসকলক দৈনিক মজুৰি হিচাপে প্ৰতিদিনে ৩৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দুখ অনুভৱ নকৰে নেকি? '


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor