comScore
  • আজৱ ঘটনা : গুৱাহাটী বিশ্ববিদ্যালয় অধীনস্থ মহাবিদ্যালয়লৈ বিতৰ্কিত নিৰ্দেশনা

    আঞ্চলিক
    আজৱ ঘটনা : গুৱাহাটী বিশ্ববিদ্যালয় অধীনস্থ মহাবিদ্যালয়লৈ বিতৰ্কিত নিৰ্দেশনা

    গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ত আজৱ ঘটনা ৷ বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহলৈ বিতৰ্কিত নিৰ্দেশনা৷ নিৰ্দেশনা অনুযায়ী, বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহত বন্ধ চুক্তিৱদ্ধ প্ৰবক্তাৰ প্ৰক্ৰিয়া৷





    ১ জুলাইৰ পৰা বন্ধ অংশকালীন প্ৰবক্তাক চুক্তিৱদ্ধ কৰাৰ প্ৰক্ৰিয়া৷ ৯ জুনত ৰাজ্যপাল, উপাচাৰ্যৰ বৈঠকতে লোৱা হৈছিল সিদ্ধান্ত৷ এই নিৰ্দেশনাক লৈ উচ্চ শিক্ষা প্ৰক্ৰিয়াক প্ৰভাৱিত হোৱাৰ শংকা৷ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ হ’ব ক্ষতিগ্ৰস্ত৷ পাঠদান প্ৰক্ৰিয়া স্তব্ধপ্ৰায় হ’লে শিক্ষাৰ্থীৰ ক্ষতি হ’ব সৰ্বাধিক৷


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam