• আদানীৰ দখললৈ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰ’!

    আঞ্চলিক
    আদানীৰ দখললৈ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰ’!

    গুৱাহাটী: আদানীৰ দখললৈ গ’ল ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰ’! বহু প্ৰতিবাদকো নেওচি বাতৰি কাকতত নতুন নামেৰে বিজ্ঞাপন প্ৰকাশ পাইছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈয়ে।





    তেওঁ কয় যে, ‘যদি নাম সলনি হয় অসমবাসী ওলাই আহিব। অসমখনত যুঁজ লগোৱা পৰিৱেশৰ সৃষ্টি হ’ব।’ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় কয় যে, ‘বৰদলৈদেৱৰ আদৰ্শক আঘাত নকৰিব।’ লগতে তেওঁ কয় ‘মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিশ্ৰুতি দিছে, মোৰ বিশ্বাস নাম সলনি নহয়।’ বিষয়টো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে তেওঁ কথা পতা বুলি সাংবাদিকৰ সন্মুখত কোৱাৰ লগতে কয় যে, ‘তেওঁলোকে জনোৱা মতে আদানী গ্ৰুপে কেৱল মেনেজমেণ্টটোহে চাব।





    নাম সলনি বুলি কৰ্তৃপক্ষৰ ফালৰ পৰাও জনাইছে। লোকপ্রিয় গোপীনাথ বৰদলৈ দেৱৰ আদৰ্শ, কৰ্মৰাজিক লৈ আমি আগুৱাই যাব লাগে, নাম সলনি কৰা এনেবোৰ কথাই আমাক আঘাত দিয়ে।’






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong