• কলংক : শাহুৱেকক ধৰ্ষণ কৰি ৰঙাঘৰত জোঁৱায়েক

    আঞ্চলিক
    কলংক : শাহুৱেকক ধৰ্ষণ কৰি ৰঙাঘৰত জোঁৱায়েক

    গুৱাহাটী : মহানগৰীত সংঘটিত হৈছে এটা জঘন্য ঘটনা। সভ্য সমাজক কলংকিত কৰাৰ ঘটনা সংঘটিত হ'ল এইখন মহানগৰীত। জোঁৱায়েকৰ কামনাৰ বলি হ’ল শাহুৱেক। শাহুৱেকক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ'ল লম্পট জোঁৱায়েক। লম্পট জোঁৱায়েকজন হৈছে মহানগৰীৰ মঠঘৰীয়াৰ ভূপেন ডেকা (৩০)।





    ঘৰত কোনো নথকাৰ সুযোগ লৈ ৪২ বছৰীয়া শাহুয়েকক ধৰ্ষণ কৰিছিল এইজন ভূপেন ডেকাই। ধৰ্ষণ কৰি আত্মগোপন কৰি আছিল অপৰাধীজনে। ঘটনা সন্দৰ্ভত ভুক্তভোগী শাহুয়েকে পানবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভঙাঘৰৰ আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ভূপেন ডেকাক। আৰক্ষীয়ে ইতিমধ্যে ভূপেন ডেকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 158/21, U/S 376 ধাৰাত গোচৰ ৰুজু কৰিছে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor