Breaking News
Guwahati will host four warm-up matches as a prelude to the highly anticipated event...
Digital Desk: Team India arrives in Guwahati ahead of the upcoming ICC Cricket World Cup warm-up matches.
গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ বৃহস্পতিবাৰৰ দিনটোত কৰ'নাত আক্ৰান্ত হয় ২,৬৬৯ জন লোক৷ কালিৰ দিনটোত মৃত্যু ঘটে ৩৮ জন লোকৰ৷ আনহাতে বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ১.৯৪ শতাংশ৷
সম্পুৰ্ণ লকডাউনেও কৰ'নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিব পৰা নাই গোলাঘাট জিলাত৷ সৰ্বাধিক ৩৩৫ জন লোক আক্ৰান্ত হয় জিলাখন৷ তাৰপাছত যোৰহাটত ১৯২জন, শোণিতপুৰত ১৯১ জন লোক আক্ৰান্ত হয় কৰ'নাত৷ যোৰহাটত কালিৰ দিনটোতে ৯ জন লোকৰ মৃত্যু ঘটে কৰ'নাত৷ মৰিগাঁও আৰু শিৱসাগৰত ৪ জনকৈ লোকৰ মৃত্যু৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৭৬ জন লোক৷
Leave A Comment