comScore
  • নাঙলভঙাত সংঘটিত নাও দুৰ্ঘটনা : উদ্ধাৰ হোৱা নাই ২খন বাইক

    আঞ্চলিক
    নাঙলভঙাত সংঘটিত নাও দুৰ্ঘটনা : উদ্ধাৰ হোৱা নাই ২খন বাইক

    চিৰাং : বানপানীৰ বিভীষিকাৰ মাজতে চিৰাঙৰ নাঙলভঙাত এইবাৰ সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা। নাঙলভঙাৰ আই নদীত নাওৰে পাৰ হৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে নাওখনত থকা সকলো লোককে ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে।





    ঔগুৰি, পাটাবাৰিৰ পৰা প্ৰায় ৩০জন লোক পুৱা ৮ বজাত নাঙলভাঙা হৈ নিজ নিজ কৰ্মস্থল তথা বঙাইগাঁও জিলাৰ দিশে আহি থকা অৱস্থাত মাজ নদীতে নাওখন বাগৰি পৰে। উক্ত নাওখনত মুঠ ৩০জন যাত্ৰী আৰু ৯খন বাইকৰ লগত কেইবাখনো চাইকেল আছিল।





    নাওখন বাগৰি যোৱাৰ ফলত কোনো মানুহ ক্ষতিগ্ৰস্থ হোৱা নাই যদিও ৯খন বাইকৰ ভিতৰত ৭খন বাইক উদ্ধাৰ হ’ল বাকী ২খন বাইক বাতৰি লিখা পৰলৈকে উদ্ধাৰ হোৱা নাই ।


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online