Breaking News
Firefighters are allegedly having difficulty evacuating everyone inside the hotel, including women and children.
Digital Desk: A major fire broke out at the Papaya Tree Hotel in Indore On Wednesday morning. Visitors and
গুৱাহাটী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনত গৃহিত হ’ল কেইবাখনো বিধেয়ক৷ ইয়াৰ ভিতৰত দ্য আছাম এম্প্লয়ী পেৰেণ্ট ৰেছপনছিবিলিটী বিধেয়ক, দ্য ৰেজিষ্ট্রেচন বিধেয়ক-২০২১ গৃহীত, দ্য আছাম প্ৰফেচন ট্ৰেড কলিং-২০২১ গৃহীত হয়৷
ইয়াৰ উপৰি দ্য আছাম টেনেন্সী বিল-২০২১, দ্য অডম মিউনিচিপাল বিধেয়ক-২০২১, দ্য মাজুলী ইউনিভাৰচিটী অব্ কাউন্সিল বিল গৃহীত হয়৷
আজি বিধানসভাত গো-সুৰক্ষা বিধেয়কক লৈয়ো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ বিধানসভাত বিৰোধীয়ে আনিলে ৭৫টা সংশোধনী প্ৰস্তাৱো৷ গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে অকলেই বিৰোধিতা কৰিম বুলি মন্তব্য প্ৰদান কৰে৷
Leave A Comment