ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে
গুৱাহাটী : আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা৷ দুপৰীয়া ২ বাজি, ৬মিনিট, ৭চেকেণ্ডৰ পৰা আৰম্ভ হ'ব অম্বুবাচীৰ প্ৰবৃত্তি৷ প্ৰবৃত্তিৰ লগে লগে অহা ৫দিনলৈ বন্ধ হব শক্তিপীঠ কামাখ্যা মূল দ্বাৰ৷ কিন্তু এনে সময়তে কামাখ্যা মন্দিৰৰ দুৱাৰ দলিত দেখিবলৈ পোৱা গৈছে অভাৱনীয় ভিৰ৷ দূৰ-দূৰণিৰ পৰা আহি উপস্থিত হৈছে সাধু-সন্ন্যাসী৷ নীলাচলত সাধু-সন্যাসীৰ ভিৰৰ বাবে চিন্তনীয় হৈ পৰিছে প্ৰশাসন৷ তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি সকলোতে শান্তি আৰু ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনায়৷
অমুবাচীৰ প্ৰবৃত্তি ২৫ জুনৰ নিশা ২ বাজি ২৯ মিনিট, ৯ চেকেণ্ডত নিবৃত্তিৰে অন্ত পৰিব৷ ২৬ জুন ৰাতিপুৱা পুনৰ খোল খাব শক্তিপীঠৰ দেৱী দ্বাৰ ৷ ক'ভিডৰ বাবে একেলেঠাৰিয়ে দুবাৰকৈ বাতিল মহাঅম্বুবাচী মেলা৷ এইবাৰো অম্বুবাচীত ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠৰ দ্বাৰ৷
Leave A Comment