• ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি ৰাম কুমাৰক

    আঞ্চলিক
    ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি ৰাম কুমাৰক

    গুৱাহাটী : আলফা (স্বাঃ)এ অপহৰণ কৰা কুইপ’ৰ অভিযন্তা ৰাম কুমাৰক নাগালেণ্ডৰ মন জিলাত মুকলি কৰে৷ আজি ৰাম কুমাৰক ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি কৰাৰ পাছতে ৰামকুমাৰক আছাম ৰাইফল্ছে নিজৰ জিম্মাত লয়৷





    আৰু পঢ়িব পাৰিব : ছত্তিশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি প্ৰাণ ত্যাগ দুধনৈৰ জোৱান





    বৰ্তমান আছাম ৰাইফল্ছৰ জিম্মাত আছে কুইপ’ৰ অভিযন্তাজন৷ ৩মাহ ১৬দিনৰ মূৰত মুকলি কৰি দিয়া হ’ল বিষয়াগৰাকীক। যোৱা ২১ ডিচেম্বৰতে আলফা(স্বাঃ)ই অপহৰণ কৰিছিল ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক৷





    আৰু পঢ়িব পাৰিব : দেশত লকডাউন লাগিবই! এইমছৰ মুৰব্বীৰ উদ্বেগজনক মন্তব্য





    যোৱা ৩ এপ্ৰিলত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈক আলফা (স্বাঃ)এ মুকলি কৰিছিল অৰুণাচলৰ অৰণ্যত৷