• সুদীৰ্ঘ পাঁচ বছৰ ৭২ দিনৰ পাছত কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠক

    আঞ্চলিক
    সুদীৰ্ঘ পাঁচ বছৰ ৭২ দিনৰ পাছত কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠক

    গুৱাহাটী : সুদীৰ্ঘ পাঁচ বছৰ ৭২ দিনৰ পাছত কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ শেষত ২০১৬ চনৰ ২০ মে ত অনুষ্ঠিত হৈছিল অন্তিমখন বৈঠক৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালৰ পাছত সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অধিকাংশ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল জনতা ভৱন কিম্বা ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত৷






    বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো অধিকাংশ কেবিনেট বৈঠক জনতা ভৱনত অনুষ্ঠিত কৰিছে ৷ কিন্তু আজি তেঁওৰ কাৰ্যকালত প্ৰথমবাৰলৈ কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷






    উল্লেখ্য যে হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ প্ৰথম ১৯খন কেবিনেট জনতা ভৱনত অনুষ্ঠিত হোৱাৰ বিপৰীতে  ২০নং কেবিনেটখন কইনাধৰাত অনুষ্ঠিত কৰাৰ পাছত ৰাজ্যৰ ৰাজনীতিত পুনৰ এবাৰ প্ৰাসংগিকতা বাঢ়িছে কইনাধৰাৰ।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor