• ৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট

    আঞ্চলিক
    ৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট

    গুৱাহাটী : তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্তিম দিনা ৪৪গৰাকী কিন্নৰে ভোটদান কৰে৷ কামৰূপ মেট্ৰ'ৰ চাৰিটা সমষ্টিত আজি তেওঁলোকে সাব্যস্ত কৰে ভোট৷





    আৰু পঢ়িব পাৰিব : এনচিপিৰ নেতা দিলীপ ৱালছে পাটিলে গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ নতুন গৃহমন্ত্ৰীৰ দায়িত্ব





    অসম চৰকাৰৰ সহযোগিতাত গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্নৰসকলৰ সুবিধাৰ্থে পৃথক ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে৷





    আৰু পঢ়িব পাৰিব : অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : আৰম্ভণিতে বিকল ইভিএম





    ইয়াৰ উপৰি প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ১২৪গৰাকী কিন্নৰে ভোটদান কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিত ১৩৫জনে ভোটপ্ৰদান কৰে৷