ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে
গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ বিভীষিকা৷ কালিৰ দিনটোত ৩,৪৭৭ জন লোক আক্ৰান্ত হয়৷ ২৪ ঘণ্টাত অসমত মৃত্যু ৪১ জনৰ৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৬৯ জন৷ কালি কৰ’না আক্ৰান্তৰ হাৰ ২.২৫ শতাংশ ৷
আনহাতে ধেমাজিত ১২৯ জনৰ ক’ভিড পজিটিভ, জিলাখনত ক’ভিড পজিটিভ সংখ্যা ৩৯৭৬ জনলৈ বৃদ্ধি হয়। দ্বিতীয়টো ঢৌত অসমত আক্ৰান্ত হয় ৪৬৬৫৯০ জন৷ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৩৯৮৩৭জন৷ আৰোগ্য লাভ কৰিছে ৪২১৩৭৮জন লোকে ৷ ইপিনে ৰাজ্যত এতিয়ালৈ ৪০২৮জনৰ মৃত্যুৰ মুখত পৰিছে৷
Leave A Comment