• বৰপেটাৰ এখন মীন সমবায় সমিতিত; বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সম্পাদকৰ বিৰুদ্ধে...

    আঞ্চলিক
    বৰপেটাৰ এখন মীন সমবায় সমিতিত;  বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সম্পাদকৰ বিৰুদ্ধে...
    ডিজিটেল ডেস্কঃ চৰকাৰী খণ্ডত দুৰ্নীতি নতুন নহয়৷ এইবাৰ বৰপেটা জিলাৰ বাটগাওঁ নয়াপাৰা মীন সমবায় সমিতিত পোহৰলৈ আহিছে বৃহৎ অনিয়মৰ৷ বৰপেটা জিলাৰ বাটগাওঁ নয়াপাৰা মীন সমবায় সমিতিৰ সম্পাদকৰ ওপৰত সমবায় খনৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সমবায় খনৰ সদস্য সকলে। 

    প্ৰাপ্ত খবৰ অনুসৰি  বৰপেটা জিলাৰ বাটগাওঁ নয়াপাৰা মীন সমবায় সমিতিত প্ৰায় পয়ত্ৰিশ বছৰে একনায়কত্ব বাদ চলাই আহিছে সমবায় খনৰ সম্পাদক জয়দেব দাসে। পয়ত্ৰিশ বছৰে নাই সমবায় খনৰ কাৰ্যালয়, সম্পাদকৰ ঘৰৰ পৰাই চলাই গৈছে কাৰ্যালয়ৰ কাম কাজ।

    অভিযোগ অনুসৰি কোনো ধৰণৰ সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ মীন বিভাগৰ বৰপেটা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি সদস্য সকলৰ ভুৱা চহীৰে কাগজে পত্ৰই সাধাৰণ সভা অনুষ্ঠিত হোৱা দেখুৱাই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদস্য সকলে। ইয়াৰোপৰি পয়ত্ৰিশ বছৰে সমবায় খনৰ হিচাব দেখোৱা নাই সম্পাদক জয়দেব দাসে।সদস্য সকলৰ অনুপস্থিতিত নিজৰ ঘৰত সমবায়ৰ বছৰি হিচাব মিলাই দাখিল কৰে মীন বিভাগৰ কাৰ্য্যালয়ত। সমবায়ৰ সিতানৰ নামত অহা বছৰি প্ৰায় দুই তিনি লাখ টকাৰ ৰাজসাহায্য আজি অত বছৰে সম্পাদকে নিজৰ জেপত সোমাই ৰখাৰ অভিযোগ সদস্য সকলৰ।

    এই ক্ষেত্ৰত তেওঁক সহায় কৰি আহিছে মীন বিভাগৰ বৰপেটা কাৰ্যালয়ৰ একাংশ বিষয়া আৰু কৰ্মচাৰীয়ে। আজি অত বছৰে মৃত ব্যক্তিৰ নাম সংযোজন কৰি ভুৱা চহীৰে তালিকা প্ৰস্তুত কৰি সমবায় খনৰ সদস্যৰ নামৰ তালিকা প্ৰস্তুত কৰি আহিছে বুলি নিশ্চিত হৈ পৰিছে সমবায় খনৰ সদস্য সকল এই সমগ্ৰ তথ্য তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তেওঁলোকে গম পোৱা বুলি উল্লেখ কৰিছে।

    অসম চৰকাৰে মীন বিভাগৰ জৰিয়তে মীন সমবায় সমুহক বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে। কিন্তু এই সুবিধা সমুহ সমবায় সমুহৰ একাংশ সম্পাদকে নিজে হজম কৰি সমবায় নামত ধন ঘটাৰ আহিলা গঢ়ি তুলিছে। বাট গাওঁ নয়াপাৰা মীন সমবায় খনৰ  সম্পাদকৰ পদত থকা বিষয়া গৰাকী তাৰ এক জলন্ত উদাহৰণ। ইয়াক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে সমবায় খনৰ সদস্য সকল।

    এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আজি বৰপেটা জিলা মীন বিভাগৰ কাৰ্য্যালয়ত সমবেত হয় সমবায় খনৰ সদস্য সকলে। সদস্য সকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে এই বিষয়ে বহু বাৰ মীন বিভাগৰ বৰপেটা কাৰ্যালয়ৰ বিষয়াক অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত একো সদুত্তৰ পোৱা নাই।উপায়ন্তৰ হৈ অবশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে সমবায় খনৰ সদস্য সকলে। অন্যথা এই ক্ষেত্ৰত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো সকিয়নি প্ৰদান কৰিছে বাট গাওঁ নয়াপাৰা মীন সমবায় সমিতিৰ সদস্য সকলৰ ফালৰপৰা।
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388