• গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা

    আঞ্চলিক
    গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা
    ডিজিটেল ডেস্কঃ গুৱাহাটীৰ গীতানগৰত অৱস্থিত কন্যা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যা। কন্যা মহাবিদ্যালয়ৰ চৌহদতে আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে।

    পুৱা কলেজলৈ আহি আত্মহত্যা ছাত্ৰীগৰাকীৰ। স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰী আছিল মৃত যুৱতীগৰাকী।

    ছাত্ৰীগৰাকীৰ নাম সন্দীপস্না ৰাজ।

    মূমূৰ্ষ অৱস্থাত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল GMCHত।  পিছে GMCHত চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক

    ইংৰাজী বিভাগৰ ছাত্ৰী আছিল মৃত যুৱতীগৰাকী। ছাত্ৰীজনীয়ে মহাবিদ্যালয় প্ৰথম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে।

    মহাবিদ্যালয়লৈ ৰাতিপুৱা ৮:৩০ বজাত ঘৰৰ পৰা ওলাই আহিছিল ছাত্ৰীগৰাকী।

    ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্ত আৰম্ভ।


    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online