• প্ৰেম! অলিম্পিক চলি থকাৰ অৱস্থাতে প্ৰেমিকৰ স’তে ৰাতি কটোৱাৰ বাবে বাহিৰ হ’ল এগৰাকী সাঁতোৰবিদ

    ক্ৰীড়া
    প্ৰেম! অলিম্পিক চলি থকাৰ অৱস্থাতে প্ৰেমিকৰ স’তে ৰাতি কটোৱাৰ বাবে বাহিৰ হ’ল এগৰাকী সাঁতোৰবিদ

    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ডিজিটেল ডেস্কঃ
    অলিম্পিকৰ নিয়ম ভংগ কৰাৰ বাবে পেৰিছৰ গেমছ ভিলেজৰ পৰা বাহিৰ কৰা হয় ব্ৰাজিলৰ
    এগৰাকী মহিলা সাঁতোৰবিদক। শুকুৰবাৰে কাকো নোকোৱাকৈয়ে গেমছ ভিলেজৰ পৰা ওলাই আহিল
    আনা কেৰ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">লিনা ভিয়েৰা
    নামৰ সাঁতোৰবিদগৰাকীয়ে। ৰাতি ঘূৰি নাহিল। ব্ৰাজিলৰ অলিম্পিক বিষয়াসকলো তেওঁৰ এই
    আচৰণত ক্ষুব্ধ হৈ পৰিছে।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অলিম্পিকৰ নিয়ম
    অনুসৰি খেলুৱৈয়ে ইচ্ছা কৰিলে গেমছ ভিলেজৰ বাহিৰত থাকিব পাৰে। তেনে ক্ষেত্ৰত তেওঁ
    প্ৰথমে বিষয়টো অৱগত কৰি অনুমতি ল
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ব লাগিব।
    উদাহৰণস্বৰূপে
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">পেৰিছৰ গেমছ
    ভিলেজত নাথাকিব ন
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ভাক জ
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">কভিচ। ফ্ৰেঞ্চ অ
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">পেন খেলিবলৈ আহিলে তেওঁ থকা হোটেলখনত থাকে।
    লগতে যদি কোনো খেলুৱৈ গেমছ ভিলেজত থাকে তেন্তে প্ৰতিযোগিতা শেষ নোহোৱালৈকে বাহিৰত
    থাকিব নোৱাৰে। যদি বাহিৰলৈ যাব লাগে তেন্তে অনুমতিৰ প্ৰয়োজন। ব্ৰাজিলৰ মহিলা
    সাঁতোৰবিদে ঠিক এই নিয়ম ভংগ কৰিছে।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">২২ বছৰীয়া আনাৰ
    প্ৰেমিক গেব্ৰিয়েল ছান্টোছও এজন সাঁতোৰবিদ। ব্ৰাজিলৰ হৈ অলিম্পিকলৈও আহিছিল। ৪
    x mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">১০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলে ইভেণ্টত অংশগ্ৰহণ
    কৰে। শুকুৰবাৰে প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ব্ৰাজিলৰ ৰিলে দলটো। ইয়াৰ পিছত
    গেব্ৰিয়েল আৰু তেওঁৰ সতীৰ্থসকলে ভিলেজ এৰিলে। আন্নাও সিহঁতৰ লগত গেমছ ভিলেজৰ
    বাহিৰলৈ ওলাই গ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ল। কাৰো অনুমতি
    নোলোৱাকৈ তেওঁ গেমছ ভিলেজৰ বাহিৰলৈ ওলাই গ
    mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:
    BN">ল। ৰাতি ঘূৰি নাহিল। শনিবাৰে পুৱা গেমছ ভিলেজলৈ উভতি আহিল। এই ঘটনাত ক্ষোভিত
    হৈ পৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটী।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ইভেণ্টৰ উত্তাপত
    দ্বাদশ স্থান দখল কৰি আন্নাই ছেমি ফাইনেললৈ আগবাঢ়ি যায়। অৱশ্যে বাকী প্ৰতিযোগিতাত
    অংশগ্ৰহণ কৰিব নোৱাৰিব। কাৰণ আনাক অনুমতি অবিহনে গেমছ ভিলেজৰ বাহিৰত ৰাতিটো কটোৱাৰ
    বাবে অলিম্পিকৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁক ব্ৰাজিললৈ উভতি যাবলৈ নিৰ্দেশ দিয়া
    হৈছিল। ব্ৰাজিলৰ এজন বিষয়াই কয় -
    ‘‘ mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:
    BN">আনাই ভুল কৰিছিল। ব্ৰাজিলৰ ৰাষ্ট্ৰীয় সাঁতোৰ দলৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।
    তেওঁৰ আচৰণ আছিল আক্ৰমণাত্মক আৰু অপমানজনক।
    ’’