• একেৰাহে তিনিখন অলিম্পিকত পদক! ইটালীৰ সাঁতোৰবিদে গঢ়িলে এহাল দম্পতিয়ে

    ক্ৰীড়া
    একেৰাহে তিনিখন অলিম্পিকত পদক! ইটালীৰ সাঁতোৰবিদে গঢ়িলে এহাল দম্পতিয়ে

    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ডিজিটেল ডেস্কঃ
    ইটালীৰ সাঁতোৰবিদ গ্ৰেগ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ৰিয়া
    পালট্ৰিনিয়েৰীয়ে পেৰিছ অলিম্পিকত এক নজিৰ গঢ়ি তুলিছে। পুৰুষৰ ৮০০ মিটাৰ
    ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। পালট্ৰিনিয়েৰীৰ পদক জয়ৰ বহুদিন নৌহওঁতেই তেওঁৰ
    বাকদত্তা ৰ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">জেলা
    ফিয়ামিংগোৱে অলিম্পিকত সোণৰ পদক লাভ কৰে।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">২৯ বছৰীয়া
    পালট্ৰিনিয়েৰীয়ে মধ্য আৰু দীৰ্ঘ দূৰত্বৰ সাঁতোৰত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদক
    লাভ কৰিছে। ৮০০ মিটাৰ
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">১৫০০ মিটাৰ
    ফ্ৰীষ্টাইলৰ উপৰিও তেওঁৰ প্ৰিয় ইভেণ্টসমূহৰ ভিতৰত ৫ আৰু ১০ কিলোমিটাৰ সাঁতোৰ।
    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিটো ইভেণ্টতে তেওঁৰ পদক আছে। অৱশ্যে পেৰিছ অলিম্পিকত
    ৰূপৰ পদক লাভ কৰি তেওঁ ইটালীৰ সাঁতোৰত এক নজিৰ গঢ়ি তুলিছে। পালট্ৰিনিয়েৰীয়ে
    একেৰাহে তিনিখন অলিম্পিকত পদক লাভ কৰা প্ৰথমজন ইটালীৰ সাঁতোৰবিদ হিচাপে পৰিগণিত
    হয়।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">২০১৬ চনত ৰিঅ

    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অলিম্পিকত ১৫০০ মিটাৰ
    ফ্ৰীষ্টাইলত সোণৰ পদক লাভ কৰিছিল। ২০২২ চনৰ টকিঅ
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">অলিম্পিকত ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ
    কৰে। ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত চতুৰ্থ স্থান লাভ কৰে। এইবাৰো তেওঁ ৮০০ মিটাৰ
    ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকতো অংশগ্ৰহণ কৰিছিল
    পালট্ৰিনিয়েৰীয়ে। তেওঁ কেৱল ১৫০০ মিটাৰ ফ্ৰীষ্টাইলতহে বাৰ অৱতৰণ কৰিছিল। পঞ্চম
    স্থানত অন্ত পেলায়।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">মঙলবাৰে তেওঁৰ
    প্ৰেমিকা ফিয়ামিংগো (৩৩)য়ে নজিৰ গঢ়ি তোলাত তেওঁৰ সুখ দুগুণ বৃদ্ধি কৰে। মহিলা
    দলৰ ফেন্সিঙত সোণৰ পদক লাভ কৰে। পালট্ৰিনিয়েৰীৰ দৰে তেওঁও একেৰাহে তৃতীয়বাৰৰ
    বাবে অলিম্পিকত পদক লাভ কৰে। ৰিঅ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অলিম্পিকত
    ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰে। টকিঅ
    mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:
    BN">ত অনুষ্ঠিত হোৱা দলীয় ইভেণ্টত ইটালীৰ সোণ বিজয়ী দলৰ সদস্য আছিল। অৰ্থাৎ
    পালট্ৰিনিয়েৰী আৰু ফিয়ামিংগোৱে একেৰাহে তিনিখন অলিম্পিকৰ পৰা দেশখনক পদক প্ৰদান
    কৰিছিল।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ফেন্সিং বিশ্বকাপ
    ,
    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">বিশ্ব চেম্পিয়নশ্বিপ
    ,
    Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ইউৰোপীয় চেম্পিয়নশ্বিপত
    ফিয়ামিংগোৰ কেইবাটাও পদক আছে। তেওঁক ইটালীৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মহিলা
    ফেন্সাৰ হিচাপে গণ্য কৰা হয়।