• অলিম্পিকত দ্বৈত পদক লাভ কৰাৰ পাছত ২৪টা সংগঠনলৈ মনু ভাকেৰৰ আইনী পত্ৰ, কি বিষয়ত বিতৰ্ক?

    ক্ৰীড়া
    অলিম্পিকত দ্বৈত পদক লাভ কৰাৰ পাছত ২৪টা সংগঠনলৈ মনু ভাকেৰৰ আইনী পত্ৰ, কি বিষয়ত বিতৰ্ক?

    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ডিজিটেল ডেস্কঃ
    বৰ্তমানৰ অলিম্পিকৰ দৃষ্টি আকৰ্ষণ কৰিছে মনু ভাকেৰে। তেওঁ স্বাধীনতাৰ পিছত এটা
    অলিম্পিকত দ্বৈত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। সেই মনুৰ ছবি
    ব্যৱহাৰ কৰি অবৈধ বিজ্ঞাপনৰ অভিযোগ উত্থাপন হৈছে। সেয়ে মনুৰ টীমে প্ৰায় এক ডজন
    সংগঠনলৈ আইনী পত্ৰ প্ৰেৰণ কৰিছে।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">মনুৰ পৰিচালন
    সঞ্চালক নীৰৱ টোমাৰে সংবাদ মাধ্যমৰ আগত কয়
    , ‘ mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">মনুৰ সৈতে জড়িত নহয়
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">কিন্তু তেওঁৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন দি থকা
    ২৪টা কোম্পানী আছে। অবৈধ কাম কৰিছে। অবৈধভাৱে উপাৰ্জন কৰি আছে। আমি সেই সকলোবোৰ
    সংগঠনলৈ আইনী চিঠি প্ৰেৰণ কৰিছো।



     



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">কিন্তু কেৱল মনু
    নহয়
    , Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
    mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">পেৰিছত পদক দাবী কৰা
    ভাৰতীয় বেডমিণ্টন তাৰকা সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ ছবি অবৈধ
    ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। সাতৱিকৰ দলৰ এগৰাকী মুখপাত্ৰই কয়
    , “ mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">যি সংগঠন তেওঁলোকৰ পৃষ্ঠপোষক নহয়
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">সেইবোৰে তেওঁৰ ছবি ব্যৱহাৰ কৰিব নোৱাৰে। যদি
    এনেকুৱা হয় তেন্তে আমি আইনী ব্যৱস্থা ল
    mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:
    BN">বলৈ বাধ্য হ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ম।
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">অৱশ্যে এই পৰ্যন্ত কাকো কোনো আইনী পত্ৰ প্ৰেৰণ
    কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।