৩১ অক্টোবৰ ২০২৩, মঙলবাৰ
মেষ: কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান।
বৃষ: সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক।
মিথুন : আত্মবিশ্বাস বাঢ়িব। মনৰ আনন্দ বৃদ্ধি। স্বাস্থ্যত শুভ। আলহীৰ আগমন। সন্তানৰ শুভ।
কৰ্কট : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব।
সিংহ : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। সমাজৰ কামত দৃঢ়তা।
কন্যা : আশা পূৰণৰ লক্ষণ দেখিব। আনক ঘপহকৈ বিশ্বাস নকৰিব। শৰীৰৰ শুভ।
তুলা : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান কমাওক। অবৈধ প্ৰেমত মানহানি। মাতৃৰ শুভ।
বৃশ্চিক : সকলো সংঘাত আঁতৰিব। সমস্যা সমাধানত আত্মীয়ৰ সংযোগ। আলহীৰ সমাগম। খৰচ বৃদ্ধি।
ধনু : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। কোনো কথা মিছা নক’ব। ভ্ৰমণৰ যোগ।
মকৰ : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ। চোৰৰ পৰা সাৱধান।
কুম্ভ : অনেক জ্ঞানৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি।
মীন : গুপ্ত শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। আলহীৰ সমাগম। ৰোগৰ ভয় দূৰ হব।
Leave A Comment