• কেনে যাব আজিৰ দিনটো, জানো আহক আজিৰ দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজিৰ দিনটো, জানো আহক আজিৰ দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃআজি ২০২৩ চনৰ  ৪ নবেম্বৰ, শনিবাৰ। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-

    ১. মেষ ৰাশি- বহুদিনীয়া আশা পূৰণ হ’ব। বন্ধুৰ সৈতে মিলন হ'ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।

    ২. বৃষ ৰাশি -আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। শিঙাল জন্তুৰ পৰা সাৱধান।
    ৩. মিথুন ৰাশি-  কোনো শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত ভুল বুজাবুজিৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি  গুৰুত্ব দিব।খৰচ বৃধ্দিৰ যোগ।  হাতলৈ ধনো আহিব। 

    ৪. কৰ্কট ৰাশি -মাতৃৰ বাবে চিন্তা।ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷

    ৫. সিংহ ৰাশিৰ - হঠাতে ভাল খবৰ লাভ। আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।

    ৬. কন্যা ৰাশি -  দূৰ ভ্ৰমণ। আত্মীয়ৰ  সহায়  লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। প্ৰেমত শুভ।সন্ধিয়ালৈ শুভ সংবাদ লাভৰ যোগ। 

    ৭. তুলা ৰাশি - কোনো কথাত মনত কষ্ট পাব।  নিজৰ কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ বৃদ্ধি। বন্ধুৰ পৰা সহায় পাব।
    ৮. বৃশ্চিক ৰাশি - ধন খৰচ হ'ব কিন্তু আৰ্জনো বাঢ়িব৷ মনৰ আশা পূৰণ হ’ব। প্ৰেমত মধ্যম। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।


    ৯. ধনু ৰাশি- সন্তানৰ বাবে সন্মান বাঢ়িব৷ কোনো বস্তু হেৰাব পাৰে।  খৰচ বৃদ্ধি  হোৱাৰ যোগ । প্ৰেমত শুভ।ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব।

    ১০. মকৰ ৰাশি- বন্ধুৰ  সৈতে মিলন। আনন্দৰ ভাবে মনত ক্ৰিয়া কৰিব। সন্তানৰ প্ৰতি  নজৰ দিব। প্ৰশংসাৰ পাত্ৰ হ’ব।প্ৰেমত অতি শুভ।

    ১১. কুম্ভ ৰাশি - ঘৰলৈ কিবা নতুন সংবাদ আহিব।  প্ৰেমত অত্যন্ত শুভ। বিবাহৰ বাবে শুভ যোগাযোগ। দূৰ  ভ্ৰমণৰ যোগ।ভগ্নীৰ দ্বাৰা উপকৃত হ’ব।

    ১২. মীন ৰাশি- আনে  প্ৰশংসা কৰিব।  পেটৰ ৰোগ হ’ব পাৰে।। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবাদ লাভ । দূৰ ভ্ৰমণ।