• কৰ’নাৰ হটস্পট : কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ

    ৰাষ্ট্ৰীয়

    নতুন দিল্লী : হৰিদ্বাৰৰ কুম্ভমেলা ৰূপান্তৰ হৈছে কৰ’নাৰ হটস্পটলৈ৷ কুম্ভমেলাতে আক্ৰান্ত হৈছে ২ সহস্ৰাধিক লোক৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

    আৰু পঢ়িব পাৰিব : দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২

    কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ৷ দুসপ্তাহৰ হোম কোৱাৰেণ্টীনত থকাৰ নিৰ্দেশ ৷ দেশজুৰি ছুপাৰ স্প্ৰেডাৰত পৰিণত হৈছে কুম্ভমেলাৰ ভক্ত৷

    আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

    কুম্ভমেলাত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ ভক্তসকলক প্ৰতীকী স্নান কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ৷

    Weather Forecast

    ASSAM WEATHER