--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী AS-01GG-8864 নম্বৰৰ মটৰচাইকেলৰ আৰোহী আছিল দুয়ো৷

ডিজিটেল ডেস্ক: জাগীৰোডৰ ভোমোৰাগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এহাল যুৱক-যুৱতী৷ 


জানিব পৰা মতে জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী AS-01GG-8864 নম্বৰৰ মটৰচাইকেলৰ আৰোহী আছিল দুয়ো৷


নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশেৰে আহি থকা AS-05AC-6487 নম্বৰৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাকৰ তলত সোমাই পৰে মটৰচাইকেলখন৷ 


থিতাতে নিহত যুৱকজন গুৱাহাটী মালিগাঁৱৰ ২৬ বছৰীয়া ৰূপজ্যোতি নাথ৷ আনহাতে নিহত যুৱতীগৰাকী শোণিতপুৰ লালমাটিৰ প্ৰায় ২৪ বছৰীয়া সোমাংগী বৰা৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ