International
গুৱাহাটী: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰেৰণ কৰে এখন পত্ৰ৷ অৰুণাচলত বাস কৰা অসমীয়াক পিআৰচি প্ৰদানৰ কৰিবলৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই আলফা(স্বাঃ)-এ৷
ৰাজ্যখনত নামচাই জিলাৰ লেকাঙত দীৰ্ঘদিন ধৰি বাস কৰা অসমীয়াক দিয়া হোৱা নাই স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ৷ দীৰ্ঘদিন ধৰি স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ বাবে আন্দোলন কৰি আছিল।
উল্লেখ্য যে মৰাণ, দেউৰী, আহোম, কচাৰী, মিচিং আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে অসম আৰু অৰুণাচল ভাগ ভাগ হোৱাৰ আগৰে পৰা এই ঠাইখিনিত বসবাস কৰি আছে।
Leave A Comment