International
President Erdogan's mistakenly translated statement declarin
কাৰ্বিআংলং: কাৰ্বি পাহাৰৰ বিদ্ৰোহী সংগঠনেৰে স্বাক্ষৰিত হ’ব আন এখন শান্তিচুক্তি। ৪ ছেপ্টেম্বৰত নতুন দিল্লীত চৰকাৰৰ সৈতে স্বাক্ষৰিত হ’ব ত্ৰি-পাক্ষিক শান্তিচুক্তি। KLNLF,PDCK,KPLTকে ধৰি ৬বিদ্ৰোহী সংগঠনেৰে স্বাক্ষৰিত হ’ব এই শান্তিচুক্তি।
আজি পুৱা শান্তিচুক্তিৰ বাবে দিল্লীলৈ ৰাওনা বিদ্ৰোহী সংগঠন কেইটাৰ নেতৃত্বৰ। লগতে ৰাওনা হৈছে জিলাখনৰ বিভিন্ন সামাজিক সংগঠনৰ নেতৃত্ব।
বিদ্ৰোহী সংগঠনৰ নেতৃত্বকে ধৰি ১৬২গৰাকী ৰাওনা হৈছে দিল্লীলৈ। কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ ৬খন বাছেৰে ৰাওনা হৈছে গুৱাহাটীলৈ। সন্ধিয়া গুৱাহাটীৰ পৰা বিমানেৰে ৰাওনা হ’ব নতুন দিল্লীলৈ।
Leave A Comment