--°C
Loading...
Listen to Article
2 min read
80%
৩০ ফাগুন, মঙলবাৰ ইং ১৪ মাৰ্চ ১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷ কৰ্মব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। ২. বৃষ ৰাশি -বন্ধুৰ সৈতে সংঘাত। পতি-পত্নীৰ সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ অসুস্থ। ৩. মিথুন ৰাশি- ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত শুভ। মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়৷ ৪. কৰ্কট ৰাশি -শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। প্ৰেমত হতাশা। শৰীৰ ভালে থাকিব। ৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব। ৬. কন্যা ৰাশি - ধন কমিব৷ মিচা অপবাদ দূৰ হ'ব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ চিন্তা। ৭. তুলা ৰাশি - ধন সঞ্চয় হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বিচ্ছেদৰ যোগ। ৮. বৃশ্চিক ৰাশি - আপোনজনক লগ পাব। মনৰ আশা পূৰণ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। মাতৃক লৈ চিন্তা। ৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অশুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। দাঁতৰ বিষ হ'ব। ১০. মকৰ ৰাশি- বন্ধুৰ সৈতে মিলন। শৰীৰত এলাহ ভাৱ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। বাহিৰা খাদ্য নাখাব। ১১. কুম্ভ ৰাশি -আনৰ সন্মান পাব৷ মনৰ উৎসাহ বৃদ্ধি। স্বাস্থ্যৰ চিন্তা দূৰ হব। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ। ১২. মীন ৰাশি- বন্ধুৰ সৈতে সংঘাত দূৰ হ'ব৷ মনৰ ভয় আঁতৰিব। প্ৰেমত শান্তি। ঘৰুৱা পৰিৱেশ ভাল হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস