--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততেই বিতৰ্কই আগুৰি থকা বিদ্যুৎ বিভাগৰ আন এক আজৱ কাণ্ডই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে৷ উমেদগড় গাঁৱৰ ঘৰুৱা গ্ৰাহক লাভেশ গুপ্তালৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা ৩৫৫ কোটি টকাৰ বিলে স্তম্ভিত কৰি তুলিছে৷ বিলখনত ২৫ দিনত প্ৰায় ৩০ কোটি ইউনিট বিদ্যুৎ খৰচ হোৱা বুলি উল্লেখ কৰা হৈছে। 

৩৫৫ কোটি টকাৰ বিল দেখি বিপাংত পৰিছে উপভোক্তা। উমেদগড় গাঁৱৰ লাভেশ গুপ্তালৈ ৩৫৫ কোটি টকাৰ বিল প্ৰেৰণ কৰা এই বিলখনে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিক প্ৰদৰ্শন কৰিছে৷ ইফালে বসন্ত বিহাৰতো সৰোজ বালা নামৰ এজন উপভোক্তালৈ ৭৮ লাখ ১৬ হাজাৰ ১০০ টকাৰ বিদ্যুৎ বিল আহিছিল। বিদ্যুৎ বিভাগত অভিযোগ কৰাত এতিয়া ৭২৩ টকাৰ বিল লাভ কৰিছে। 

ভুক্তভোগী উপভোক্তা জনে সদৰি কৰা অনুসৰি বিলখনত ৩৩,৯০৪ টকাৰ ফিক্সড চাৰ্জ আৰু ১৯৯ কোটি ৪৯ লাখ ৭২ হাজাৰ ৬৪৮ টকা শক্তি চাৰ্জ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু পৌৰসভাৰ কৰ ৪ কোটি ২৭ লাখ ২০ হাজাৰ ১১৩, ১৪ কোটি ৯ লাখ ৯৯ হাজাৰ ১২৮ টকাৰ ইন্ধন চাৰ্চাৰ্জ এডজাষ্টমেণ্ট, ১৩৪ কোটি ৯৯ লাখ ৯৩ হাজাৰ ৫৪১ টকাৰ পিএলই চাৰ্জ, ২ কোটি ৯৯ লাখ ৯৯ হাজাৰ ৮১৪ টকাৰ বিদ্যুৎ শুল্ক অন্তৰ্ভুক্ত কৰা হৈছে। 

বিলখন দেখাৰ পাছত বিষয়াসকলৰ সৈতে যোগাযোগ কৰি বিলখনৰ বিষয়ে অৱগত কৰে৷ বিদ্যুৎ বিভাগৰ বিষয়াসকলে ইয়াক কাৰিকৰী ভুল বুলি অভিহিত কৰি বিহিত ব্যৱস্থাগ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ