--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন সম্পূৰ্ণ বাজেট দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ ভাৰতৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী যিয়ে একেৰাহে অষ্টমবাৰৰ বাবে সংসদত বাজেট দাখিল কৰে।  

সাধাৰণ বাজেট দাখিলৰ অন্তত লোকসভাত উপস্থিত থকা মন্ত্ৰী আৰু সাংসদসকলে বিত্তমন্ত্ৰীক বাজেটৰ বাবে সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সম্ভাষণ জনায়। এইবাৰ বাজেটত মোডী চৰকাৰে দৰমহা লাভ কৰা সকলৰ পৰা  পৰা আৰম্ভ কৰি কৃষক, ব্যৱসায়ী, মহিলা, যুৱক-যুৱতীলৈকে প্ৰতিটো শ্ৰেণীকে সুখী কৰি ৰাখিবলৈ কাম কৰিছে।

উল্লেখ যোগ্য যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰে ৫০.৬৫ লাখ কোটি টকাৰ বাজেট দাখিল কৰিছে, যিটো চলিত বিত্তীয় বৰ্ষৰ বাজেটতকৈ প্ৰায় ৬ লাখ কোটি টকা বেছি। ২০২৪-২৫ চনৰ অৰ্থনৈতিক সমীক্ষাত অহা বিত্তীয় বৰ্ষত দেশৰ সৰ্বোচ্চ অৰ্থনৈতিক বিকাশ ৬.৮ শতাংশ পৰ্যন্ত হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

বাজেট ভাষণৰ সময়ত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে বিগত ১০ বছৰত দেশৰ উন্নয়ন আৰু সংস্কাৰে বিশ্বক আকৰ্ষণ কৰিছে। সম্প্ৰতি দেশৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ লক্ষ্য হৈছে দৰিদ্ৰতা দূৰ কৰা, ১০০ শতাংশ মানসম্পন্ন শিক্ষা আৰু সুলভ আৰু ব্যাপক স্বাস্থ্যসেৱা নিশ্চিত কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ