--°C
Loading...
Listen to Article
2 min read
80%

গোলাঘাট : হাতী মানুহৰ সংঘাত নুমলীগড়ত নিত্য নতুন ঘটনা নহয়৷ বহু বছৰ ধৰি চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱত নুমলীগড়বাসী প্ৰায়ে সমস্যাৰ সন্মুখীন হৈ আহিছে৷ আজি ঢলাগুৰি চাহ বাগিচাত হাতীয়ে মানুহক আক্ৰমণৰ বাবে খেদি যোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত৷

খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত আশ্ৰয় লৈছে বনৰীয়া হাতীয়ে। চাহ বাগিচাত আশ্ৰয় লোৱা হাতীয়ে নিশা গাঁৱলৈ প্ৰৱেশ কৰি ৰাইজৰ ঘৰ দুৱাৰ, খেতি পথাৰ নষ্ট কৰে। ইফালে চাহ বাগিচাত আশ্ৰয় লোৱা হাতীৰ জাকক খেদিবলৈ উদ্যত হোৱা একাংশ লোকক হাতীয়ে ওলোটাই চোঁচা লোৱা পৰিলক্ষিত হয়।

কোনোমূহুৰ্তত হাতীক খেদি যায় মানুহে আকৌ হাতীয়ে ওলোতাই মানুহক খেদি যায়। চাহ বাগিচাত আশ্ৰয় লোৱা হাতীৰ জাকটোৰ পৰা যিকোনো মূহুৰ্তত বিপদৰ আশংকা থকাৰ বাবে হাতীৰ জাকক খেদি পঠাবলৈ চেষ্টা একাংশ লোকৰ। উল্লেখ্য যে যোৱা কিছুদিন ধৰি হাতীৰ এটা জাকে মৰঙি মৌজাৰ নিতৌ এখনৰ পাছত আন এখন গাঁৱত সন্ত্ৰাস চলাই আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ