--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অন্ধ্র প্রদেশ চৰকাৰে হোৱাটছএপ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ৰাজ্যখনে পৌৰ সেৱাসমূহত স্বচ্ছতা, ক্ষিপ্রতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ এই শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। 

প্ৰথম পর্যায়ত, এই শাসন ব্যৱস্থাত ১৬১টা সেৱা উপলব্ধ হ'ব, য'ত পৌৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব। ৰাজ্য চৰকাৰখনে জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে অন্ধ্র প্রদেশে শেহতীয়া ডিজিটেল প্রযুক্তি অৱলম্বন কৰি শাসন ব্যৱস্থা ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণলৈ অধিক সুবিধা উপলব্ধ কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে।

(উৎস দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ