--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দুধৰ্মৰ মুঠ ১৮টা মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। এজন লোকে জীৱিত অৱস্থাত গৰুড় পুৰাণ পাঠ কৰিব পাৰেনে? গৰুড় পুৰাণত মৃত্যুৰ পাছত আত্মাৰ যাত্ৰাৰ বিশদ বিৱৰণ দিয়া আছে। ঘৰত কোনো সদস্যৰ মৃত্যুৰ পাছত একেৰাহে ১৩দিন গৰুড় পুৰাণ পাঠ কৰা হয়। মৃতকৰ আত্মা সদগতি কামনা কৰি ১৩দিন নিজৰ ঘৰতে এই গ্ৰন্থ পাঠ কৰা হয়। গৰুড় পুৰাণ পাঠ কৰিলে আত্মাই মোক্ষ লাভ কৰে বুলি জনবিশ্বাস আছে। সেয়েহে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুত গৰুড় পুৰাণ পাঠ কৰে।

প্ৰশ্ন উত্থাপন হয় যে এজন জীৱিত লোকে গৰুড় পুৰাণ পাঠ কৰিব পাৰে, যিকোনো লোকে পাঠ কৰিব পাৰে নেকি? কাৰণ কেৱল মৃত্যুৱেই নহয় জীৱন বাট মসৃন কৰাৰো ৰহস্য লুকাই আছে এই গ্ৰন্থত।

কিন্তু বিশ্বাস অনুসৰি পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুত স্বাভাৱিকতে ১৩দিনত গৰুড় পুৰাণ পাঠ কৰে, সেয়েহে অন্য সময়ত এই গ্ৰন্থৰ পাঠ কৰা নহয়, কাৰণ এই গ্ৰন্থ পাঠৰ সময়ত আত্মা নিজেই তাত উপস্থিত থাকে বুলি ভবা হয়। গৰুড় পুৰাণত জন্ম-মৃত্যু, নৰক, স্বৰ্গ, অৱনতি আৰু পুনৰ্জন্মৰ বিষয়েও উল্লেখ আছে। লগতে ধৰ্ম, ব্ৰত, পূজা আৰু নিয়ম-নীতি আদিৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। সেয়েহে প্ৰতিজন ব্যক্তিয়ে গৰুড় পুৰাণ পাঠ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ