--°C
Loading...
Listen to Article
2 min read
80%
১৩ মাৰ্চ,২০২২, দেওবাৰ মেষ: আত্মবিশ্বাস বাঢ়িব। গৃহ নিৰ্মাণৰ চিন্তা। প্ৰেমত সংঘাত। ব্যৱসায়ত ক্ষতি। বৃষ: সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেম নকৰিব। ঘৰুৱা সংঘাত। বিদ্যাৰ্থীৰ শুভ। মিথুন : প্ৰশংসা লাভৰ যোগ। ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। বেমাৰে কষ্ট দিব পাৰে। জুইৰ পৰা সাৱধান। কৰ্কট : খং, ক্ষোভ, বাঢ়িব। শৰীৰৰ ৰোগ বৃদ্ধি হ’ব পাৰে। কাৰোবাৰ পৰা কষ্ট পাব। ভ্ৰমণত শুভ। সিংহ : সুনাম লাভৰ যোগ। মনৰ বেমেজালি আঁতৰিব। সমাজৰ কাম কৰিবলৈ মন মেলিব। প্ৰেমত শুভ। কন্যা : আশা পূৰণৰ সংকেত। সকলোকে বন্ধু বুলি  নাভাবিব। প্ৰেমৰ সংঘাত আঁতৰিব। আলহী আহিব। তুলা : শত্ৰু পৰাভূত হ’ব।আধ্যাত্মিক চিন্তাত ব্ৰতী। আলহীৰ আগমন। ৰোগৰ দূৰ হ’ব। ভাল খাদ্য খাবলৈ পাব। বৃশ্চিক : সমস্যা সমাধান হ’ব। খৰচ বৃদ্ধি। কোনো লোকৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিব। মানহানিৰ যোগ। ধনু : কৰ্মত মন নবহিব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। মিছা কথা কাকো নক’ব। ভ্ৰমণৰ যোগ। মকৰ : সামাজিক মান বৃদ্ধি।আনৰ প্ৰশংসা পাব। বিদ্যাৰ্থীৰ অশুভ। প্ৰেমত সন্দেহ দূৰ হ’ব। কুম্ভ : জ্ঞান লভাৰ সুযোগ পাব। মাংগলিক কৰ্মই মন আনন্দিত কৰিব। সামাজিক সচেতনতা বৃদ্ধি। ব্যৱসায়ত লাভ। মীন : মনৰ  চঞ্চলতা বাঢ়িব। সামাজিক মানহানি। স্বাস্থ্যই আমনি কৰিব। চোৰৰ পৰা সাৱধান। প্ৰেমত শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ