--°C
Loading...
Listen to Article
2 min read
80%

ডিজেটেল ডেস্ক : তামিলনাডুৰ তিৰুনেলভেলীত এখন বিদ্যালয়ত সংঘটিত হৈছে শোকাৱহ ঘটনা। বিদ্যালয়খনৰ শৌচাগাৰৰ এখন বেৰ ভাঙি পৰাৰ ফলত তিনিজন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন শিক্ষাৰ্থী আহত হৈছে। শ্বাফটাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। বিদ্যালয়ৰ শৌচাগাৰ এটাৰ এখন দেৱাল ভাঙি পৰাৰ ফলত তাৰ তলত শিক্ষাৰ্থীকেইজন আবদ্ধ হৈ পৰে।

ফলত তিনিজনৰ ঠাইতে মৃত্যু হয়। মৃত্যু হোৱা ছাত্ৰকেইজন নৱম শ্ৰেণীৰ আনবাজহাগান, অষ্টম শ্ৰেণীৰ বিশ্ব ৰঞ্জন আৰু ৬ষ্ঠ শ্ৰেণীৰ সুথেশ বুলি চিনাক্ত কৰা হৈছে। এই শোকাৱহ ঘটনাৰ পাছতে মুখ্য মন্ত্ৰী এম কে ষ্টেলিনে শোক প্ৰকাশ কৰাৰ লগতে নিহত ছাত্ৰৰ পৰিয়াললৈ ১০লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

আহত শিক্ষাৰ্থীকেইজনলৈও ৩লাখকৈ টকাৰ সাহায্য আগবঢ়াইছে। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী অনবিল মহেশ পোয়ামোঝিয়ে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু স্কুলখন তাৎক্ষণিকভাৱে পৰিদৰ্শনৰ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ