LIVE: Nepal Protest LIVE : Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !

LIVE
1
September 8, 2025 at 07:35 PM
বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন । বৃহৎ অঞ্চলত মোতায়েন কৰা হৈছে গধুৰ আৰক্ষী বাহিনী।