--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বকলীয়াঘাট আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি এখন চুইফ্ট বাহনত কঢ়িয়াই অনা ২৪টা কুকুৰসহ নিৰঞ্জন ৰংপি নামৰ এজন যুৱকক আটক কৰে।

ডিজিটেল ডেস্ক: বকলীয়াঘাটত জীৱ শ্ৰেষ্ঠ মানুহৰ অমানৱীয় কাণ্ড৷ মুখ আৰু ভৰিত নিৰ্মমভাৱে বান্ধি চোৰাং ব্যৱসায়ীয়ে ডিমাপুৰলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰে ২৪টা কুকুৰ৷ চূড়ান্তভাৱে অত্যাচাৰ চলাই প্ৰভুভক্ত জীৱকেইটাক৷ 


বকলীয়াঘাট আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি এখন চুইফ্ট বাহনত কঢ়িয়াই অনা ২৪টা কুকুৰসহ নিৰঞ্জন ৰংপি নামৰ এজন যুৱকক আটক কৰে।  


UCIF নামৰ NGO এটাই কুকুৰ কেইটাক সম্প্ৰতি চোৱাচিতা কৰি আছে৷ 


গৰমত লেবেজান হৈ পৰা কুকুৰকেইটাক গুৱাহাটীৰ পৰা আহিব লগা এটা NGOৰ দলে কুকুৰৰ বাবে থকা নিৰ্দিষ্ট আশ্ৰয়স্থলীত ৰাখিব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে AS 07 P 6725 নম্বৰৰ বাহনখন আৰক্ষীয়ে জব্দ কৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত