--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায় ব্যৱস্থাত উচ্চতম ন্যায়ালয় যিকোনো দেশৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান, ইয়াত লোৱা সিদ্ধান্তক চূড়ান্ত বুলি গণ্য কৰা হয়। অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ পিছত কেৱল ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ত সৰ্বোচ্চ পদত থকা ন্যায়াধীশক ভাৰতৰ মুখ্য ন্যায়াধীশ বুলি কোৱা হয়। দেশৰ সকলো ডাঙৰ গোচৰৰ শুনানি মুখ্য ন্যায়াধীশৰ নেতৃত্বত হয়। লগতে কোনজন ন্যায়াধীশে কোনবোৰ গোচৰৰ শুনানি ল’ব সেইটোও তেওঁলোকে সিদ্ধান্ত লয়।

এতিয়া উচ্চতম ন্যায়ালয়ৰ সন্দৰ্ভত মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে, ইয়াৰে অধিকাংশ লোকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰমহা কিমান সেই বিষয়ে কৌতুহলী। উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশে একে দৰমহা আৰু সুবিধা লাভ কৰে। আনহাতে ভাৰতৰ মুখ্য ন্যায়াধীশৰ দৰমহা অলপ বেছি। ইয়াৰ উপৰিও পেঞ্চনৰ ক্ষেত্ৰতো পাৰ্থক্য আছে।

ন্যায় বিভাগৰ তথ্য অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশে প্ৰতিমাহে ২ লাখ ৮০ হাজাৰ টকা দৰমহা পায়। ইয়াৰ উপৰিও এইচ আৰ এ আৰু অন্যান্য ধৰণৰ ভাট্টাও উপলব্ধ। উচ্চতম ন্যায়ালয়ৰ বাকী থকা ন্যায়াধীশসকলৰ দৰমহা ২ লাখ ৫০ হাজাৰ টকা, অৰ্থাৎ তেওঁলোকে চি জে আইতকৈ কম দৰমহা পায়। অৱশ্যে বাকী সকলো ভাট্টাও তেওঁলোকে পায়, এই দৰমহা উচ্চ পৰ্যায়লৈ বৃদ্ধি পায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ